ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 3444 লেখা 0 মন্তব্য
দীপামণি হাজৰিকা বৰুৱা
মানুহ গৰাকীৰ আচল নামটো আজিও নাজানো। কিন্তু লগ পোৱাৰে পৰা শুনি আহিছো তেখেতক সকলোৱে চেন্টাৰ বাই বুলি মাতে।কথাই প্ৰতি ঢেকঢেকাই হাঁহি উঠা চেন্টাৰ বাইদেউ আমাৰ গাঁও খনৰ সকলোৰে মৰমৰ। নহ'বই বা কিয়! কাৰোবাৰ ঘৰত কিবা…
আপোন গাঁওখনলৈ আহি নষ্টালজিক হৈ পৰিল জীয়ৰীসকল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২২ জুলাইঃ দেওবাৰৰ দিনটো গীত-মাতে মুখৰিত হৈ পৰে উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও৷ এক আনন্দ মুখৰ পৰিৱেশত আপোন গাঁওখনত উপস্থিত হৈ সোণাৰী গাঁৱৰ জীয়াৰীসকলে শৈশৱ স্মৰণ কৰি নষ্টালজিক হৈ পৰে৷ সুৰ্দীঘ ১৫ বছৰ…
ৰাজ্যত বৈদ্যুতিক খুঁটা স্থাপনৰ নামত দুহেজাৰ কোটি টকাৰ কেলেংকাৰি
প্ৰাককলন অনুসৰি কাম নকৰাকৈ বহিৰাগত ঠিকাদাৰী প্ৰতিষ্ঠানৰ লুণ্ঠন
মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বান
শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২২ জুলাইঃ ৰাজ্যৰ শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত লখিমপুৰ জিলাত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ দুখন আঁচনিত…
চৰাইদেও ৯০+
ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ,
বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱো
নতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে ৯০…
চৰাইদেও ৯০+
ভাৰত মণ্ডপমৰ উদ্বোধনী অনুষ্ঠানত ৪ মন্ত্ৰী কেশৱ মহন্ত, নন্দিতা গৰ্লোচা, যোগেন মহন, বিমল বৰাৰ অংশগ্ৰহণ
বিবেচনাৰ তালিকাত আছে চৰাইদেউৰ মৈদামৰ প্ৰস্তাৱো
নতুন দিল্লী, ২১ জুলাইঃ চৰাইদেও ৯০+ অৰ্থাৎ বিশ্ব ঐতিহ্য হিচাপে ঘোষিত হবলৈ চৰাইদেওৱে…
লখিমপুৰত এপ’ল’ হাস্পতাল চেন্নাইৰ ইনফৰ্মেচন-টেলি ক্লিনিক চেণ্টাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ জুলাইঃ ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই আছে যদিও সমগ্ৰ ৰাজ্যত গুণগত চিকিৎসা এতিয়াও সুলভ হোৱা নাই। তাৰেই ফলশ্ৰুতিত ৰাজ্যৰ বুজন পৰিমাণৰ ৰোগী-অভিভাৱকে ৰাজ্যৰ বাহিৰত চিকিৎসা কৰিবলৈ গৈ আছে। এইক্ষেত্ৰত…
চাৰিকড়ীয়াৰ বুকুত এজাক শিহুৰ জলকেলি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১৪ জুলাইঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নদ-নদীৰ বুকুৰ পৰা থলুৱা মাছ-কাছ, শিহু আদি ক্ৰমশঃ হ্ৰাস পোৱাৰ সময়তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ আহিছে ঢকুৱাখনাৰ পৰা। ঢকুৱাখনাৰ হৃৎপিণ্ড স্বৰূপ চাৰিকড়ীয়া নদীৰ বুকুত…
লখিমপুৰৰ ঘূনাসুঁতিত মিচিং জাতীয় সংগঠনৰ ১৫ নেতা-কৰ্মীক বৰ্বৰ আক্ৰমণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১৪ জুলাইঃ লখিমপুৰ জিলাৰ অতি দুৰ্গম তথা সোৱণশিৰি পাৰৰ ঘূনাসুঁতিত আজি বিয়লি এক ভয়ংকৰ ঘটনা সংঘটিত হয়৷ ঘূনাসুঁতিৰ উৰিয়ামতলাত এটা ঘটনা সন্দৰ্ভত আলোচনাৰ বাবে যোৱা মিচিং জাতীয় সংগঠন টি এম পি কে আৰু এম এম কেৰ একাংশ…
ডেৰকুৰি শিশুৰ উমাল সান্নিধ্যৰে সফল পৰিসমাপ্তি সান্নিধ্য নাট্য বিদ্যালয় ৰ “ড্ৰামাটিক…
শতাব্দ বিশেষ প্ৰতিবেদক, ১৪ জুলাইঃ শিশু সকলৰ মানসিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে উত্তৰ লক্ষীমপুৰৰ অগ্ৰণী নাট্যানুষ্ঠান "সান্নিধ্য নাট্য বিদ্যালয়"ৰ উদ্যোগত প্ৰতি বছৰৰ দৰে গৰমৰ বন্ধৰ দিন কেইটাত এইবছৰো আয়োজন কৰা হৈছিল "ড্ৰামাটিক চামাৰ" নামেৰে ১৩…
দেশত স্বতন্ত্ৰ সাংবাদিকতাক ৰাইজে গুৰুত্ব দিছেঃ অজিত ভূঞা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৭ জুলাইঃ দেশত এতিয়া মূল সুঁতিৰ সংবাদ গোষ্ঠীৰ পৰিৱৰ্তে ৰাইজে independent media ৰ গুৰুত্ব অনুভৱ কৰিছে। মূলসুঁতিৰ সংবাদ মাধ্যমে চৰকাৰৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰিলেই সংবাদ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীলৈ ভাবুকি আহে...…