তেজপুত দুৰ্ঘটনাত নিহত এজন

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৮জানুৱাৰীঃ
তেজপুৰৰ চাৰিমাইলত আজি পুৱা প্ৰায় ন বজাত সংঘটিত এক শোকাবহ দুৰ্ঘটনাত চিৰাজুল ইছলাম নামৰ এজন লোক নিহত হয়৷আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি এছ০৩বিচি৬৯৯৯ নম্বৰ কয়লা ভৰ্ত্তি ট্ৰাক খনৰ পৰা নমাৰ সময়তে ট্ৰাকখনৰ হেণ্ডিমেন চিৰাজুল পিছলি পৰে আৰু সেইসময়ত পিচুৱাই অনা ট্ৰাকখনৰ চকা চিৰাজুলৰ দেহৰ ওপৰৰে পাৰহৈ যোৱাত তেওঁৰ থিতাতে মৃত্যু ঘটে৷নিহত লোকজনৰ ঘৰ নগাঁৱৰ চামগুৰিত

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More