বৰ্ষীয়ান সমাজকৰ্মী-মৌজাদাৰ চন্দ্ৰকান্ত দলেৰ দেহাৱসান

গোগামুখ, ৭ নবেম্বৰঃ মৌজাদাৰ, বৰ্ষীয়ান সমাজকৰ্মী, ধেমাজি জিলাৰ গোগামুখ ওখমাটি নিৱাসী চন্দ্ৰকান্ত  দলেৰ কালি সোমবাৰে নিশা ১১-৩০ বজাত  দেহাৱহান ঘটিছে ৷ মৌজাদাৰ, সমাজকৰ্মী চন্দ্ৰকান্ত দলেৰ  জন্ম হৈছিল  ১৯৩৪ চনত ৷  তেওঁৰ পিতৃৰ নাম আছিল প্ৰয়াত…

মাতৃ বন্দনা

ডঃ‍‍ লক্ষীপ্রসাদ হাজৰিকা আহিন মাহ, শাৰদীয় দুর্গোৎসৱৰ বতৰত ৰাইজে দুৰ্গা মাৰ বন্দনাত ব্যস্ত হৈ আজৰি হৈছে। মানুহৰ খদমদম, অংশগ্রহণ আদিবোৰ দেখি আশ্বস্ত হ'ব পাৰি যে মাৰ প্ৰতি মানুহৰ শ্ৰদ্ধা-ভক্তি এই যান্ত্ৰিকতাৰ যুগতো যতি পৰা নাই।…

তিনিচুকীয়াত বিংশতম শাৰদা ট্ৰফী প্ৰদান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৩০ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে এইবাৰো বিংশতম শাৰদা ট্ৰফী এক ভব্য অনুষ্ঠানৰ জৰিয়তে স্বৰ্গীয় শাৰদা দেৱী খৈতান মেম'ৰিয়েল ট্ৰাষ্টৰ দ্বাৰা তিনিচুকীয়াত দেওবাৰে প্ৰদান কৰা হয় ৷…

নদীবান্ধৰ সন্দৰ্ভত আলফাৰ দুটা প্ৰস্তাব

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ অক্টোবৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন. এইচ. পি. চিয়ে নিৰ্মাণ কৰা বৃহৎ নদীবান্ধে ভৱিষ্যতে কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণৰ আগৰ পৰাই “সংযুক্ত মুক্তি বাহিনী, অসম ” সংগঠনে ইয়াৰ বিৰোধিতা…

সোৱণশিৰিৰ নামনিৰ বক্ষত পৰি ৰ’ল বহু মাছ-কাছ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ অক্টোবৰঃ গেৰুকামুখত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত শুকুৰবাৰে সংঘটিত হোৱা অঘটনৰ ফলত অভাৱনীয় হাৰত শুকাই যোৱা সোৱণশিৰি নদীত থকা মাছ কাছৰ লগতে জলপ্ৰাণী সমূহৰ অপমৃত্যু ঘটিছে৷ হঠাতে পাহাৰ খহি ডাইভাৰচন…

নৰ্দমাসদৃশ পানীৰে সোৱণশিৰি বৈছে

শতাব্দ প্ৰতিবেদক, গোগামুখ ২৮ অক্টোবৰঃ গেৰুকামুখত নিৰ্মাণ কৰা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে এন এইচ পি চিয়ে হত্যা কৰিলে চিৰ প্ৰবাহমান সোৱণশিৰি নৈক ৷ এতিয়া আৰু নদীখনে ইচ্ছামতে বৈ নাযায় আৰু নিৰ্মল,…

অন্তিম শয়নত সোৱণশিৰি

শৈলেন বৰুৱা সোৱণশিৰি প্ৰকল্প নিৰ্মাতা এন এইচ পি চিৰ কাৰচাজি ধৰা টান। বিভিন্ন সময়ত এই নিৰ্মাণকাৰী গোষ্ঠীটোৱে বিভিন্ন কৌশল আৰু বক্ৰপথ অৱলম্বন কৰি প্ৰকৃতিৰ ওপৰত ধাৰাবাহিক অত্যাচাৰ কৰি আহিছে। আজি ২৭ অক্টোবৰ ২০২৩ চনৰ দিনাও এক অনাকাংশিত…

বিজ্ঞান সংগঠক যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন

শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৬ ছেপ্টেম্বৰঃ নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত আজি যজ্ঞোৰাম বৰাৰ দুখন গ্ৰন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে লখিমপুৰ জিলাত শিশুৰ উদ্ভাৱনী প্ৰতিভাক আন্তৰাষ্ট্ৰীয় পৰ্যায় পৰ্যন্ত উলিয়াই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা যজ্ঞোৰাম…

লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ…

স্বাধীনতা সংগ্রামী, অসম বিধান সভাৰ অধ্যক্ষ মহীকান্ত দাস ১৬ আগষ্টত ৩৫ সংখ্যক মৃত্যু বার্ষিকী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ আগষ্ট : ১৯০৩ৰ ১৭ অক্টোবৰত অবিভক্ত দৰং জিলাৰ তেজপুৰ মহকুমাৰ হলেশ্বৰত জন্ম গ্ৰহণ কৰিছিল প্রয়াত মহীকান্ত দাসে। পৰৱৰ্তী সময়ত দেশৰ স্বাধীনতা আন্দোলনত সক্রীয়ভাবে অংশগ্ৰহণ কৰি ১৯৪২ৰ ১৬ আগষ্টত ভাৰত ৰক্ষা আইনৰ…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More