নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি ডাঃ অমৰেন্দ্ৰ গগৈক সম্বৰ্ধনা

0 25

IMG 20220508 WA0028নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবৰ মাহটোৰ অতিথি হিচাপে বিহু বিষয়ক লেখক তথা গৱেষক ডাঃ অমৰেন্দ্ৰ গগৈক আজি সন্ধিয়া সাদৰ সম্বৰ্ধনা জনোৱা হয়। ক্লাবৰ সদস্যসকলে ডাঃ গগৈৰ সৈতে অন্তৰংগতাৰে আলাপ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More