মাৰ্ঘেৰিটাত ইক’ পাৰ্ক উদ্বোধন

0 11

শতাব্দৰ মাৰ্ঘেৰিটাৰ প্রতিবেদক ১১ মেঃ  মাৰ্ঘেৰিটা নগৰৰ হিলভিউস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সন্মুখত নতুনকৈ নিৰ্মাণ কৰা ইক’ পাৰ্কখন আজি উদ্বোধন কৰা হয় | জিলা খনি পুঁজিৰ অধীনত নিৰ্মাণ কৰি তোলা পাৰ্কখন আনুষ্ঠানিক ভাবে মুকলি কৰে ভাৰত চৰকাৰ পেট্রলিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে । ইক’ পাৰ্কখনে নগৰখনৰ সৌন্দৰ্যবৰ্ধনৰ সমান্তৰাল ভাবে দৰ্শনাৰ্থীক আকৰ্ষিত কৰিবলৈ সক্ষম হব বুলি আশা প্রকাশ কৰে ৰাইজে |

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More