সজাগতামূলক ভাবে Fire Mock Dill কাৰ্যসূচী

0 32
শতাব্দ প্ৰতিনিধি, যোৰহাট , ২৬ মে : অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ ৰ উদ্যোগত আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা, পুলিচ প্ৰশাসন, SDRF, State Fire Vibrates, Civil Diffeceৰ সহযোগত বুধবাৰে পুৰণিমাটি চাহ বাগিচা এলেকাত সজাগতা মূলক ভাবে Fire Mock Dill কাৰ্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে অইল ইণ্ডিয়া পাম্পিং ষ্টেচন-৩ মহাপ্ৰবন্ধক পি ভি আৰ মূৰ্তি, উপমহাপ্ৰবন্ধক গীতম বৰঠাকুৰ, উপমহাপ্ৰবন্ধক উৎপল শৰ্মা, উপমহাপ্ৰবন্ধক (চিকিৎসা বিভাগ) দেৱ কুমাৰ বৰাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ লগতে কৰ্মচাৰীসকল। তদুপৰি DNPL, ONCE আৰু স্থানীয় গাওঁবুঢ়া, গাওঁৰক্ষী বাহিনীৰ লগতে পুৰণিমাটিবাসী উপস্থিত থাকে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More