আফগানিস্তানত সাংবাদিকৰ জীৱন !

0 10

মুছা মহম্মদী নামৰ এই যুৱকজনে বছৰ বছৰ ধৰি আফগানিস্তানৰ বিভিন্ন টিভি চেনেলত এংকৰ আৰু ৰিপ’ৰ্টাৰ হিচাপে কাম কৰিছিল। এতিয়া তেওঁৰ পৰিয়ালক খুৱাবলৈ কোনো উপাৰ্জন নাই। ধন উপাৰ্জন কৰিবলৈ এতিয়া তেওঁ পদপথত ফলমূল (ষ্ট্ৰীট ফুড) বিক্ৰী কৰে। গণৰাজ্য পতনৰ পিছত আফগানবাসীয়ে অভূতপূৰ্ব দৰিদ্ৰতাত ভুগিবলগীয়া হৈছে।মুছা মহম্মদী মাত্ৰ এটা উদাহৰণহে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More