“আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ শীত বিষয়ক ফটো প্ৰতিযোগিতা

0 44

গুৱাহাটী, ৩ জানুৱাৰীঃ অসমৰ ফটোগ্ৰাফী জগতৰ আগশাৰীৰ ক্লাৱ “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে জানুৱাৰী ২০২৩ৰ বাবে তেওঁলোকৰ মাহেকীয়া ফটো প্ৰতিযোগিতাৰ বিষয় ঘোষণা কৰিছে৷ এইবাৰৰ বিষয় – শীত (winter)৷ আগ্ৰহী ফটোগ্ৰাফাৰসকলে “আসাম ফটোগ্ৰাফীক আৰ্টচ্”ৰ ফেচবুক গ্ৰুপত গৈ, তাত উল্লেখ কৰা নিয়ম অনুসৰি প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব৷ উল্লেখযোগ্য যে ২০২২চনৰ অক্টোবৰ মাহৰ পৰা “আসাম ফটোগ্ৰাফীক আৰ্টচ্”য়ে প্ৰতি মাহে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More