ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা ( ফটো সংবাদ)

0 48

শিৱসাগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত বিশিষ্ট কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহক সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদানৰ দৃশ্য

ফটো: আব্দুল মতিন শিৱসাগৰ
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More