জামুগুৰিহাট, ১৩ জুনঃ ২১ জুনত আন্ত:ৰাষ্ট্ৰীয় যোগ দিৱস । যোগ দিৱসৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে শোণিতপুৰৰ উত্তৰ জামুগুৰি পুষ্পাঞ্জলী যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মহিলাসকল । ৩০ ৰ পৰা ৪৫ বছৰ বয়সৰ মহিলাই অংশগ্ৰহণ কৰিছে যোগাসনৰ প্ৰশিক্ষণত । ধলাইবিল প্ৰশিক্ষক লিপিকা বৰঠাকুৰে কয় যে – “যোগাসনৰ জৰিয়তে নিজৰ শৰীৰৰ ৰোগ নিৰাময় কৰাৰ লগতে সুস্থ মানসিকতাৰে প্ৰতিটো দিশত আগুৱাই যাব পাৰি।” প্ৰশিক্ষক লিপিকাৰ নেতৃত্বত অৰ্ধশতাধিক মহিলাই এই যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে।
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.