বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল

0 15

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাণিজ্য শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল

প্ৰথম স্থানঃ সাগৰ আগৰৱাল, বিবেকানন্দ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, কাছাৰ। 482

দ্বিতীয় স্থানঃ মানসজ্যোতি বৰঠাকুৰ, ক্রিচেণ্ট একাডেমী, যোৰহাট। 476

তৃতীয় স্থানঃ নিখিল গুপ্তা,

আৰ ডি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, তিনিচুকীয়া । 474

চতুৰ্থ স্থানঃ নেন্সি খেটাৱাট

পি বি কলেজ, ধুবুৰী। 473

আৰু

প্রিয়াক্ষী ঘোষ, পি আৰ গভৰ্নমেণ্ট হায়াৰ ছেকেণ্ডাৰী, গোৱালপাৰা । 473

পঞ্চম স্থানঃ প্রথম আগৰৱালা, শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ । 472

ষষ্ঠ স্থানঃ মৃণাল ৰয়, পি আৰ গভৰ্ণমেণ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৱালপাৰা । 468

আৰু

দীপক লোধা, কে চি দাস কমাৰ্চ কলেজ, কামৰূপ। 468

সপ্তম স্থানঃ বন্দনা বলদেৱা

শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ ।466

অষ্টম স্থানঃ ছিমৰান ছুৰাণা

নগাঁও গভৰ্নমেণ্ট বয়জ উচ্চতৰ মাধ্যমিক বিদ্যালয় ।465

নৱম স্থানঃ চন্দন বৰা, গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও। 461

দশম স্থানঃ প্রিয়াংশু দাস, সোণাৰি কমাৰ্চ কলেজ, চৰাইদেউ। 460

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More