বিজয়নগৰ-এখন ভূস্বৰ্গ

0 29
ভীৰ সেউজ অৰণ্য, এলপাইন অৰণ্যবেষ্টিত সুউচ্চ পৰ্বতমালা আৰু অসংখ্য খৰস্ৰোতা নদী, জান-জুৰিৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে বিজয়নগৰক প্ৰকৃততে এখন ভূস্বৰ্গ বুলিয়েই অভিহিত কৰিব পাৰি।  পথ যোগাযোগৰ অভাৱত অঞ্চলটোলৈ মানুহৰ আহ-যাহৰ পৰিমাণ কম হোৱাত অঞ্চলটোৰ প্ৰাকৃতিক বাতাবৰণ এতিয়া অক্ষত আৰু নিৰ্মল হৈ আছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More