বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপকসকল

0 172

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাৰ শীৰ্ষৰ ১০টা স্থান প্ৰাপ্ত শিক্ষাৰ্থীসকল-

প্ৰথম স্থানঃ ধৃতিৰাজ বাস্তৱ কলিতা, দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়, দৰং- 491

 

দ্বিতীয় স্থানঃ অলংকৃতা গৌতম বৰুৱা, ছল্টব্রুক একাডেমী, ডিব্রুগড়- 488

 

তৃতীয় স্থানঃ সুৰজিৎ সূত্রধৰ, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 486

 

চতুৰ্থ স্থানঃ ঋত্বিক কুমাৰ সূত, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 482

এলড্রিন নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 482

 

পঞ্চম স্থানঃ আয়মান ছোৱেইব, ছল্টব্রুক একাডেমী, ডিব্রুগড়- 481

ৰোহান শইকীয়া, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 481

 

ষষ্ঠ স্থানঃ অভিলাষা দত্ত, ড০ ৰাধাকৃষ্ণণ স্কুল, ডিব্রুগড়- 478

সপ্তম স্থানঃ

দেৱব্রত কলিতা, দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়, কামৰূপ- 477

বৈভৱ সোণোৱাল, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 477

 

অষ্টম স্থানঃ

গৌৰাংগ ভূঞা, প্রজ্ঞা একাডেমী, যোৰহাট- 476

 

নৱম স্থানঃ

সপ্তঋষি কলিতা, কৃষ্ণকান্ত সন্দিকৈ ছিনিয়ৰ ছেকেণ্ডাৰী, বৰপেটা- 475

দেৱাশীষ শৰ্মা, কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডাৰী, নগাঁও- 475

বিকিৰণ নাথ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 475

প্রীতম সৰকাৰ, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁও- 475

 

দশম স্থানঃ

সুপ্রজিৎ সাহা, ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰপেটা- 474

অন্তৰীক্ষ মজুমদাৰ, ড০ ৰাধাকৃষ্ণণ স্কুল, ডিব্রুগড়- 474

দেৱজ্ঞান বৰদলৈ, প্রজ্ঞা একাডেমী, যোৰহাট- 474

কিষাণ হৰলালকা, প্রজ্ঞা একাডেমী, যোৰহাট- 474

বেদান্ত শৰ্মা, কটন বিশ্ববিদ্যালয়, গুৱাহাটী- 474

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More