ব্ৰেকিংঃ এভাৰেষ্ট আৰোহণ সপ্তমজন অসমীয়াৰ

1 154

 

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১২ মেঃ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আজি পুৱা আৰোহণ কৰে হেদায়েৎ আলিয়ে। জন্মসূত্ৰে হাজোৰ হেদায়েৎ সম্প্ৰতি কেৰ্লিফৰ্নিয়াৰ বাসিন্দা।facebook 1652334019566 6930391187602621522আজি পুৱা প্ৰায় ৭.৩০ বজাত তেঁও এটা আন্তৰাষ্ট্ৰীয় ১১ জনীয়া পৰ্বতাৰোহী দলৰ সদস্যৰূপে এভাৰেষ্ট আৰোহণ কৰে।এভাৰেষ্ট আৰোহণ কৰা হেদায়েৎ সপ্তমজন অসমীয়া

১ টা মন্তব্য
  1. Avatar of Pradi
    Pradi says

    Great post

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More