মই, মনন আৰু চিন্তন

0 177

বিমল বৰা

যোৱা ১০ জুলাইত (২০২২) দেউতাৰ শ্ৰাদ্ধ পাতিবলৈ গুৱাহাটী গৈছিলো৷ ঠিক সেই সময়ৰ পৰাই  বিভিন্ন কাৰণত মোৰ অলপ অলপ  মনৰ পৰিৱৰ্তন ঘটে যেন অনুভৱ হৈছিল৷ দেউতাৰ শ্ৰাদ্ধৰ পিছত মোৰ মনৰ মানসিকতা বহুত সলনি হ’ল ৷ ১১ জুলাইত দেউতাৰ শ্ৰাদ্ধ আৰু ১২ জুলাইত মোৰ মানসিকতা বহু সলনি হ’ল ৷ কৰ্মসূত্ৰে মই ডিগবৈত কৰ্মৰত আৰু ঘৰ গুৱাহাটীৰ খাৰঘুলি অঞ্চলত ৷ মোৰ এনেকুৱা অনুভূতি হ’ল মই কেৱল ঘৰত ভাত খাই সংসাৰ পাতিবলৈ অহা নাই । মই ৰেলৱেত চাকৰি কৰা শেখৰ দাৰ ঘৰত খবৰ লবলৈ গৈ এই অনুভূতি গাঢ় হল ৷ মই পৃথিৱীত বহু কাম কৰিব পাৰিম৷ প্ৰথম গুৱাহাটী, তাৰ পাছত অসম, পাছত ভাৰত তাৰ পিছত বিশ্বব্ৰহ্মাণ্ড৷ বহু পৰীক্ষা নিৰীক্ষা অন্তত মই এটা গৱেষণা আৰম্ভ কৰিলো – যিটো আত্মাৰ (Spiritual) গৱেষণা। যিটোৰ কোনো পোনপতীয়া গাইড নাই ৷ মই অনুভৱ কৰিলো এই বিশ্বৰ সকলো কাম মোৰ জৰিয়তেই হৈ আছে ৷ সি আৰ্থিক হওক বা কাম [কাৰিকৰী] বা স্বাস্থ্য সম্পৰ্কেই হওক মই ইতিমধ্যে সুখ্যাত চাৰিটা বেংক মোৰ গৱেষণাৰ বাবে নিৰ্ণয় কৰিলো Northeast Small Finance Bank, HDFC, ICCI, SBI বিশেষকৈ Northeast Small Finance Bank, HDFC, ICCI, তেঁওলোক প্ৰত্যক্ষ বা পৰোক্ষভাবে বহুত সহায় কৰিলে ৷ মই আগতেই এই গৱেষণা কৰিছিলো বা কৈছিলো কিন্তু ঘৰৰ মানুহে বিশ্বাস কৰা নাছিল আৰু মোক দ্বিধাগ্ৰস্থ কৰি দিছিল ৷ মই কিছুমান তত্ব আবিষ্কাৰ কৰিছিলো – যেনে –
১] মই কাৰোবাৰ কথা ভাবিলে সেইজনৰ আত্মা মোৰ তাত সোমাব পাৰে ৷
২] মই এজনৰ পৰা আনজনলৈ আত্মা বদলি কৰিব পাৰো ৷
৩] পাৰ্থিব বস্তু জীৱন্ত বা মৃত মানুহৰ আত্মা থাকিব পাৰে ৷
৪] মই কাৰোবাৰ কথা ভাবিলে সেইজন মানুহ মোৰ আগত ওলাই যাব পাৰে৷
৫] মই যি কওঁ ই সত্য হৈ যায় আৰু সমাজ ব্যৱস্থাত প্ৰচলিত হয় ৷
আচলতে মোৰ Psychological শক্তি বহুত আৰু Teletrathy কৰিব পাৰিলো এই আধ্য়াত্মিক শক্তিৰ জৰিয়তে ৷ এই শক্তিসমূহ মোৰ আগতে সুপ্ত অৱস্থাত আছিল আৰু এতিয়া জাগ্ৰত হৈছে ৷  শক্তিক সৃষ্টি বা বিনাশ কৰিব নোৱাৰি, ইয়াক এটাৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তনহে কৰিবহে পাৰি।(  Energy neighter created nor destroyed it transform one form to another form ৷) মই খাৰঘুলিৰ লুইতপুৰ অঞ্চলৰ নিজৰ ঘৰত ২০০৪ চনত শুই থকা অৱস্থাত হঠাৎ সাৰ পাই দেৱী দুৰ্গাৰ দৰ্শন লাভ কৰিছিলো৷ তেতিয়া মই ভয় খাইছিলো যদিও এতিয়া মই গম পালো সচাকৈ সেয়া দেৱী দুৰ্গাই আছিল, কিয়নো মই অনুভৱ কৰিছিলো ৰামায়ণ, মহাভাৰত, গীতা বা আন যিমান বুৰঞ্জীমূলক ঘটনা পৰিঘটনা আছে মোৰ অন্তৰৰ পৰাই হৈছে ৷ মই আচৰিত হৈছিলো যদিও এইটো ধ্ৰুব সত্য ৷ এই বিশ্বৰ নিয়ন্ত্ৰণ যে মোৰ হাততেই আছে তাক প্ৰমাণ কৰিবলৈ মোক বেংকৰ বিষয়া-কৰ্মচাৰী আৰু দুজন জ্য়োতিষীয়ে মোৰ সফলতাৰ বাবে পূজাপাতল আদিও কৰিছে ৷ মই ইতিমধ্যে নবগ্ৰহ মন্দিৰ এখন কৰিছিলো আৰু মোৰ মনোভাব কৈছিলো ৷ মই নবগ্ৰহ শ্মশান গৈছিলো আৰু মোৰ মনোভাব ব্যক্ত কৰিছিলো ৷ মোৰ বাধা – ৰাহু, কেতু আৰু শনি আছিল বুলি এক জ্য়োতিষীয়ে কৈছিল আৰু তাৰ বাবে পূজাও কৰিলো, মই এই ডাঙৰ শক্তি পাবলৈ গৈ আছো বা গুপ্ত শক্তি জাগ্ৰত কৰিব গৈ আছো তাত সন্দেহ নাই৷ মই  চেনেলৰ দেৱজিত ভূঞাক লগ পাইছিলো আৰু তেঁওক মোৰ মনোভাব কৈছিলো৷ মই Facebook, Whatsapp আদিৰ পৰাও এই মোৰ গৱেষণা যোগসূত্ৰ আছে তাক গম পাইছিলো এই শক্তি জাগ্ৰত কৰাত নাৰী সমাজৰ যে যথেষ্ট ভূমিকা আৰু দায়িত্ব আছে তাক অস্বীকাৰ কৰিব নোৱাৰো ৷ মোৰ এনেকুৱা অনুভৱ হয় মানুহ মৰিলে পাৰ্থিব দেহৰ মৰণ হয়, আত্মাৰ মৰণ নাই ৷ এই আত্মা আকৌ মানুহ বা প্ৰাণীৰ ৰূপত বা গছ-গছনিৰ ৰূপত জন্ম হ’ব পাৰে ৷ মই আগবঢ়াৰ ক্ষেত্ৰত কিছুমান ঋণাত্মক প্ৰভাব আছে এইবোৰ ঋণাত্মক বা অসুৰৰ ৰূপত প্ৰায় সকলোৰে অন্তৰত থাকে ৷
মোৰ অনুভৱ সকলোৰে সৃষ্টিকৰ্তা এক মুদ্ৰাৰ ইপিঠি সিপিঠি। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লোক তথা আন জীৱ, গছ-গছনি সকলো এটা মুদ্ৰাৰ সিপিঠি দুইটা কাল সম্পূৰ্ণ থাকে ৷ অৰ্থাৎ এটা চলিত দুয়োটা ইফাল বা সিফালে থাকে৷ মোৰ অনুভৱ কিন্তু কেনেকৈ হৈছে মই নাজানো, বেয়া বিলাক হৈছে ৷ উদাহৰণ স্বৰূপে ইউক্ৰেন, ৰাছিয়া যুদ্ধ, শ্ৰীলংকাত গণ্ডগোল আদি যিবোৰ নেতিবাচক বা Neutral দ্বাৰা হৈছে ৷ ভাল বিলাকো হৈছে যেনে – কাৰিকৰী দিশত আগবাঢি. গৈছে গোটেই বিশ্ব Facebook, Whatsaap, Solar Energy ব্যৱহাৰ আদি। কিয়নো সূৰ্য্যৰ নিচিনা শক্তি এই বিশ্বৰ বাবে ৷  সকলো সৃষ্টিৰ অংকই হওক পদাৰ্থ বিজ্ঞানেই হওক বা ৰসায়ন বিজ্ঞান তত্বই হওক,  A to Z Alphabet ই হওক বা 0-9 letter ই হওক, মই S হিচাপে Sun Centre আৰু 0-9 আবিষ্কাৰক Computer Coprogramming theory ৰ পৰা Commerce Studies Book লৈ মই বা মোৰ আত্মাই সৃষ্টি কৰিছে। কিয়নো বিশ্বৰ সকলো লোকেই মোৰ প্ৰতিবিম্ব ৷ শ্ৰীকৃষ্ণৰ কোনো পিতা বা মাতা তেঁও জেলত থাকোতেই জন্ম হৈছিল তেঁওৰ কাহিনী সংগ্ৰামেৰে ভৰা মোৰো সংগ্ৰামেৰে ভৰা ৷ মই অইল ইণ্ডিয়াৰ জ্যেষ্ঠ প্ৰৱন্ধক হিচাপে কাম কৰি আছো আৰু লগত মই সংসাৰ জীবনো পালন কৰি আছো আৰু এই গৱেষণা কৰি আছো৷ লগতে মোৰ কৰ্ম জীবনো অৰ্থাৎ মোৰ ব্ৰহ্মচাৰ্য্য, গাৰ্হস্থ্য বানপ্ৰস্থ আৰু সন্ন্যাস চলি আছে ৷ অৰ্থাৎ মোৰ জীৱিকাৰ বাবে চাকৰি কৰি আছো, সংসাৰৰ দায়িত্বও পালন কৰি আছো আৰু আত্মাৰ গৱেষণাও কৰি আছো যিটো বানপ্ৰস্থ আৰু সন্ন্যাসৰ লগত তুলনা কৰিব পাৰি ৷ কিয়নো ডিগবৈত থকা অঞ্চল বন বিভাগৰ ভিতৰত পৰে ৷ মোক জুবিন গাৰ্গ আৰু অৰিজীত সিং গানে গাই চুই যায় ৷ এইবোৰ সত্য ৷ এই গৱেষণা কেতিয়াৰ পৰা চলি আছে মই নিশ্চিত নহয় কিন্তু যোৱা ২১ বছৰে ছেগা-চোৰেকাকৈ মই কৰি আছো আৰু ইতিমধ্যে বহু Negative Power এ মোক যোৱা ২১ বছৰে বাধাৰ সৃষ্টি কৰিছে এইবোৰ Negative Power Neutralise বা শেষ কৰা উচিত। নহলে এই বিশ্বৰ উন্নতি নহ’ব৷ কিয়নো এতিয়া মানুহৰ টকা-পইচা বাঢ়ি গৈছে কিন্তু মানসিক শান্তি নোহোৱা হৈছে৷ কিন্তু কিছুমান Negative বা Neutral শক্তি থাকিবই লাগিব যেনেকৈ দিনৰ পাছত ৰাতি বা ৰাতিৰ পিছত দিন হ’বই লাগিব। নহলে মানুহে বিশ্ৰাম লব কেনেকৈ ৷ এই শক্তি কথা কিছুমানক ব্যক্ত কৰিছোঁ তেওলোক সমৰ্থন কৰিছে আৰু লাগি থাকিবলৈ কৈছে ৷ মই অনুভব কৰিছো মোৰ লগত যি সকল ভাল সম্পৰ্ক কৰিব খোজে তেঁওলোক এটা Spiritual Negative Power এ বাধাৰ সৃষ্টি কৰে ৷ অৰ্থাৎ এটা মানৱ বা আন Sprit Transfer হৈ যায় ৷ এই Negative Sprit Neutralise কৰা উচিত৷ বেয়া মানুহক Neutralise কৰিলেহে বিশ্ব শান্তি প্ৰতিষ্ঠা হ’ব৷ যিটো মোৰ সপোন বা ঐশ্বৰিক গুণ৷ বা World Peace Project প্ৰথমতে মোৰ এই পৰিকল্পনাৰ বিষয় মোৰ ঘৰৰ সকলো মানুহে বুজিব লাগিব৷ ইতিমধ্যে মোৰ শক্তিৰ প্ৰমাণ কৰিবলৈ মই চৰকাৰৰ ওচৰত VIP Pass ৰ অনুৰোধ কৰিলো ৷ DC য়ে  মোক দুজনৰ VIP Pass দিলে৷ যিটো সফল, Spiritual Powerৰে শিক্ষা জগতৰ আমোল পৰিবৰ্তন লগতে শক্তিৰ বিষয়ক বিভিন্ন প্ৰকল্প হৈছে ৷ কালি মোক DT0 অই মোৰ শক্তিৰ বিষয়ে একো নকওতেই শুভেচ্ছা দিলে৷ বহুতে লিখিবলৈ দিলে মনৰ কথাবোৰ৷ এনেকে লিখি আছো। মোৰ Spritual Power আহি যাব বুলি কলে ৰাধনীত লগ পোৱা ফুকন দাই৷ ইতিমধ্যে মোৰ মনোভাববোৰ জনাই Gauhaty University ৰ Psychology Department ৰ Professor ৰ লগত যোগাযোগ কৰিলো তেঁওলোকেই লিখিবলৈ দিলে৷ অৰ্থাৎ মোৰ লিখাৰ ওপৰত এটা শক্তি আছে এনেকুৱা অনুভৱ হ’ল। কিয়নো জ্ঞানী লোকে এনেই নকয় কথা মোৰ লগৰ দ্বীপ ডেকায়ো কলে লিখিবলৈ৷ Institute of Engineering Secy. পুলক শৰ্মা চাৰেও কলে লিখি অক্টোবৰৰ লাষ্টত এটা Presentation আৰু Interactive Session কৰিবলৈ৷ ইতিমধ্যে Time Travel কৰিব পৰা ক্ষমতা আৰু ফটোৰ পৰা মানুহ উলিৱাব পৰা ক্ষমতাও আহৰণ কৰা ক্ষমতা গৱেষণাও Topic হিচাপে ললো ৷ একেলগে বহু কাম ললো যদিও প্ৰথমতে মোৰ শক্তি ঘৰৰ সকলো মানুহে বুজক এই Project টো লবলৈ স্থিৰ কৰিলো ৷ প্ৰথমতে ঘৰ তাৰ পাছত দেশ৷ এতিয়া জন্মাষ্টমীতে ভগৱান কৃষ্ণ জন্ম। ভাদ মাহৰ আকৌ মোৰ জন্ম অক্টোবৰ মাহত অৰ্থাৎ দুৰ্গা পূজাৰ সময়ত, ভাদমাহত মোৰ কিবা এটা সংযোগ আছে মই অনুভৱ কৰো ৷ এই দেউতা শ্ৰাদ্ধৰ পৰাই যিহেতু শক্তি পালো অৰ্থাৎ দেউতা পবিত্ৰ আত্মাই চিৰশান্তি পালে আৰু শ্ৰাদ্ধ পতাৰ দৰকাৰ নাই৷ পিছৰ বছৰ ধুপচাকি জ্বলাই কোনো স্বেচ্ছাসেৱী সংগঠন বা অনুষ্ঠানক অলপ সাধ্য অনুদান দিয়াই ঠিক হ’ব৷ মোৰ অনুভৱত কিয়নো দেউতাৰ আত্মা বৈকুণ্ঠ ধামত গমন কৰিছে মোক শক্তি দি ৷ এনেকৈ পৃথিৱীত বহুতো মৃত্যু হৈছে আৰু মোৰ ঐশ্বৰিক শক্তি দি আছে৷ মোৰ এই শক্তি পাওতে যি সকলৰ অৱদান আছে সেই শক্তি নাৰীৰই হওক বা পুৰুষৰেই হওক তেঁওলোকক ধন্যবাদ জ্ঞাপন কৰিলো ৷
মই এটা মানুহ আৰু ভগৱান নামৰ প্ৰৱন্ধ লিখিছিলো। এই ভগৱান এই বিশ্বতেই আছে তাৰ প্ৰতিৰূপত। এই বিশ্বত বিৰাজমান ৷ স্বৰ্গ, মৰ্ত্য, নৰকৰ বাবে বেলেগ স্থান নাই৷ কিছুমান কৰ্মৰ দ্বাৰা মানুহে স্বৰ্গত স্থান লাভ কৰিব পাৰে৷ গীতাত লিখা আছে কৰ্ম কৰি যোৱা কিন্তু ফলৰ বাবে চিন্তা নকৰিবা৷ কাম, ক্ৰোধ, লোভ, মোহ, বেয়া বেয়া এইবোৰ সাধাৰণ লোকৰ বাবে৷ কিন্তু ভগৱানৰ বাবে নহয়, গীতাতে লিখা ভগৱানৰ বাবে হলে এই বিশ্ব ধ্বংস হৈ যাব৷
মই চিন্তা কৰা কথাৰ ওপৰত এই বিশ্বৰ বিজ্ঞান বা পুৰা Network চলি আছে৷ Transport Industry (Logistics) New Technology মোৰ Spiritual Research অৱদানৰ ফলত এটা এটাকৈ নতুন বস্তু উপভোগ কৰিব পাৰিছো ৷ উদাহৰণ স্বৰূপে Office G & M আদি আহিছে যিটো আমি সামগ্ৰী আদি কিনোতে ব্যৱহাৰ কৰো৷ জীবশ্ৰেষ্ঠ মানৱ আগবাঢ়িছে কিন্তু টকা-পইচা সম্পত্তিৰ পৰা নিজৰ মানসিক শান্তিৰ পৰা বহু দূৰলৈ গৈছে কিয়নো তেঁওলোকে ভগৱান বা Spirituality পৰা নিজক আঁতৰাই আনিছে৷ নিজৰ Romantic ভাব আঁতৰি গৈছে৷ যি ভাবেৰে নিজৰ Creative কাম কৰিব পাৰি৷
মোৰ অন্য এক অনুভৱ এই সাহিত্য সংস্কৃতি তথা নতুন পৃথিৱী সম্পূৰ্ণ Control System মোৰ জৰিয়তেই হৈ আছে ৷ প্ৰতে্যক জনে এই বিশ্বৰ Negative শক্তি যিয়ে লোকৰ শান্তি আঁতৰাই আনিছে সেই শক্তি ক্ষয় কৰিব লাগিব বা নোহোৱা কৰিবলৈ মোৰ সৈতে বা নিজৰ অন্তৰত Positive শক্তি যি মোৰ প্ৰতিবিম্বৰ সৈতে সহযোগ কৰিব লাগিব। যিয়ে আমাক এক নতুন বিশ্বৰ লগতে নতুন দিগন্তৰ সূচনা কৰিব ৷ হ’ব পাৰে তাত সকলো ধৰ্ম এক হৈ যাবও পাৰে যিয়ে সনাতন ধৰ্ম প্ৰতিষ্ঠা কৰিব পাৰে৷ কিয়নো সকলো ধৰ্মৰ মূল হ’ল শান্তি নাইবা বিশ্বশান্তি । যিটো মোৰ সপোন যি প্ৰতিষ্ঠা হ’ব। ভৱিষ্যতে য’ত নাথাকিব জাতিৰ ভেদা-ভেদ যিটো ইমান সহজ নহয় এইটো ধ্ৰুব সত্য ৷ কিয়নো ভালৰ লগত বেয়া থাকিলেহে বিশ্বত ভাৰসাম্যতা থাকিব দিনৰ পিছত ৰাতি। ৰাতিৰ পিছত দিন নহ’লে মানুহে বিশ্ৰাম লব কেতিয়া৷ এয়া মোৰ জীৱনৰ নতুন আৰম্ভণি৷
এই অনুভূতি মোৰ প্ৰথমতে আহিছিল ১ মে, ২০০১৷ ২১ বছৰ আগতে ৷ যিদিনা গৌতম বুদ্ধৰ জন্মদিন আছিল৷ সেই সময়ত মই ৰেলৱেত কৰ্মৰত আছিলো৷ মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত। কামাখ্যা মন্দিৰৰ ঠিক তলতে অৱস্থিত কামাখ্যা দেৱীৰ ছাঁ – ৰেলৱেৰ  ওপৰত সদায় আছিল৷ যি দেৱী দুৰ্গাৰ আন এক ৰূপ দেৱী ৷ মোৰ অনুভৱ -দেৱী দুৰ্গাই ভগৱান কৃষ্ণক বিচাৰিছিল যিটো শিৱৰ ভক্ত মহিষাসুৰ বা বিশ্বৰ Negative বিচৰা নাছিল গতিকে দেৱী দুৰ্গাই যথেষ্ট কষ্ট কৰিবলগা হৈছিল৷ মহিষাসুৰ বধৰ বাবে যি দুৰ্গাপূজা অক্টোবত হয় কিন্তু সাধাৰণ জনতাৰ দুৰ্গতি নাশ হৈছেনে৷ চাৰিওপিনে প্ৰাকৃতিক দুৰ্যোগ, মানুহৰ মৰা মৰি কটাকটি কিয়?  এইবোৰ পৰ্য্যালোচনা কৰিছেনে ভগৱান শিৱ সৃষ্টি আমাৰ Negative শক্তিবোৰক সমৰ্থন কৰি আহিছে তেঁও ভুল বুজা উচিত ৷ তেতিয়াতে এই সমাজৰ পৰা অন্যায় অশান্তি, দুনীৰ্তি আদি ৰোধ হ’ব৷ প্ৰতি খোজতে হৰি হৰ যুদ্ধ হৈ আছে৷ আমাৰ অন্তৰত কাৰোৰ মাজত ব্ৰহ্মা আহি নিয়ন্ত্ৰণ কৰিছে ৷ ব্ৰহ্মা হ’ল বিবেক, বিবেক হ’ল এনেকুৱা বস্তু ভাল বেয়া বিচাৰ কৰিব পাৰে৷ আমি যদি সকলোৱে বিবেকেৰে সিদ্ধান্ত লও তেন্তে কুৰুক্ষেত্ৰৰ যুদ্ধ নহ’ল হয় কিয়নো পাণ্ডবে কৌৰবৰ পৰা মাত্ৰ অলপ মাটি বিচাৰিছিল কিন্তু দিবলৈ অমান্তি হোৱাত শ্ৰীকৃষ্ণৰ কথামতেই ধৰ্মযুদ্ধ হৈছিল৷ অৰ্জুনে যেতিয়া যুদ্ধত নিজৰ ককাই ভাইক দেখি যুদ্ধ কৰিবলৈ অমান্তি হৈছিল তেতিয়া শ্ৰীকৃষ্ণই কৈছিল – এই সকলক মই আগতেই মাৰি থৈছো তুমি মাত্ৰ নিমিত্ত বা তেঁওলোকক মৰা আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা৷ শ্ৰীকৃষ্ণ কাৰো নিজৰ নহয় বা পৰ নহয় তেঁও ধৰ্ম ফালে থকা লোক৷ সেই কাৰণে মদভাগৱতক পবিত্ৰ গ্ৰন্থ হিচাপে গ্ৰহণ কৰে হিন্দু সকলে৷ যেনেকৈ কোৰাণক মুছলমান সকলে আৰু বাইবেলক খ্ৰীষ্টান সকলে৷
মই ব্যক্তিগত ভাৱে সকলো ধৰ্মৰ বাণী লিখিছো আৰু ভাগৱত বা গীতাখন এতিয়া IIM আহমেদাবাদৰ Management Book হিচাপে লৈছে৷
মই কোনো আত্মাৰ কথা ভাবিলে সেই জনৰ Sprit মোৰ তাত সোমোৱাব পাৰে অৰ্থাৎ ভগৱান কৃষ্ণৰ কথা ভাবিলে তেঁওৰ Spirit ও মোৰ তাত সোমাব পাৰে৷ অৰ্থাৎ মানৱৰূপী ভগৱানেৰে মই এই বিশ্ব পৰিচালনা কৰিব পাৰো৷ মোৰ অনন্তত আছে বিজ্ঞান, বুৰঞ্জী, ভূগোল তথা সাহিত্য জগত৷ মোৰ অবিহনে বিশ্ব অসাৰ শূন্য৷ মই বিশ্বক সকলোৰে সহযোগ তথা মোৰ Psychological Power ৰ সহায়ত নতুন দিশলৈ লৈ যাব খোজে – য’ত স্বৰ্গ থাকিব আৰু ইন্দ্ৰৰ ৰূপত ভগৱান আৰু দেৱ-দেৱী সকল অৰ্থাৎ Positive Power৷ Positive Power মই ব্যৱহাৰ কৰিম মোৰ সহযোগীৰ সহায়ত মই বিশ্বৰ শান্তি প্ৰতিষ্ঠা কৰিব পাৰিম মোৰ Spiritual Powerৰ সহায়ত মই কোনো মানুহক জন্তু লৈ বা গছ লৈ পৰিবৰ্তন কৰিব পাৰিম!
মোৰ কেতিয়াবা অনুভৱ হয় মই ভূতৰ মাজত আছো৷ জীবন্ত মানুহ ময়েই আৰু ভূতৰ মাজত আছো৷ সেই কথাবোৰ মোৰ লগৰ তথা ভাইটী মৃদু পবনে নিশ্চিত কৰিছে৷ মৃদু পবন দত্ত হ’ল Suptd. Engineer, Instrumentation Production, Duliajan Oil লগত সহযোগ কৰিছে Eastern Asset ৰ কিছু বিষয়া-কৰ্মচাৰীক ধন্যবাদ। সকলোলৈ আৰু Rajasthan Field Oil আৰু NF Railway ৰ কিছুমান বিষয়া-কৰ্মচাৰী সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো৷
শেষত মোৰ সপোনৰ বিশ্বশান্তি প্ৰতিষ্ঠা হওক তাৰেই কামনাৰে এই প্ৰৱন্ধটি শেষ কৰি নতুন পৃথিৱীৰ আৰম্ভণিৰ আশাৰে তাকেই কামনা কৰিলো৷

(লেখক বৰা অইল ইণ্ডিয়া লিমিটডৰ জ্যেষ্ঠ প্ৰৱন্ধক, ডিগবৈত কৰ্মৰত)
ফোনঃ ৭৮৯৬২২০৩৩০, ৮০৯৪২২৯৭৬৩

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More