ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 3432 লেখা 0 মন্তব্য
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৭ অক্টোবৰঃ ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্ৰাত হ্ৰাস পোৱাৰ লগতে মাজুলীৰ কমলাবাৰী পাৰঘাটৰ দিশত জলপথটিৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে আভ্যন্তৰীণ জলপৰিৱহণৰ নিয়মীয়া ফেৰী ফেৰী সেৱা যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ…
‘গিৱন অভয়াৰণ্য’ বচাও আহক
যোৰহাট জিলাৰ হোলোঙাপাৰত অৱস্থিত গিৱন অভয়াৰণ্য কিয় মহত্বপূৰ্ণ?
যোৰহাট জিলাৰ গিৱন অভয়াৰণ্যত পৃথিৱীৰ বিলুপ্তপ্ৰায় ৩ বিধ বান্দৰ প্ৰজাতিয়ে বসবাস কৰি আহিছে। ইয়াৰে হলৌ বান্দৰ অৰ্থাৎ Hollok Gibbon বৰ্তমান ৭৮ টাহে আছেগৈ বুলি চৰকাৰী তথ্যত…
৫ অক্টোবৰ-অসম পৰ্বতাৰোহণ আৰু দুঃসাহসিক ক্ৰীড়া দিৱস
ৰুবী বৰা
আমাৰ চকুত কল্পনাৰ ৰং, বীৰৰ দৰে ওলাই যাম,
শিখৰ আৰোহণ কৰি বীৰৰ দৰে উভতি আহিম।
অসমত এডভেন্সাৰিজিমৰ নতুন দিগন্ত মুকলি হ’ব।
কথাষাৰ কোৱাৰ লগতে তাক হাতে কামে কৰি নিজৰ আদৰ্শৰে হাজাৰজনক অনুপ্ৰাণিত কৰি হিমালয়ৰ বুকুতে নিজক বিলীন কৰি দিয়া…
মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধান আঁচনিৰ অধীনত লণ্ডনলৈ ৰাওনা ৫ শিক্ষাৰ্থী
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২০ ছেপ্তেম্বৰ : কেম্ব্ৰিজ বিশ্ববিদ্যালয়, অক্সফোৰ্ড বিশ্ববিদ্যালয় আৰু ইউনিভাৰ্ছিটি কলেজ অব্ লণ্ডনকে ধৰি ইংলেণ্ডৰ আগশাৰীৰ বিজ্ঞান শিক্ষানুষ্ঠান আৰু বিশ্ববিখ্যাত গৱেষণাগাৰ দৰ্শনৰ বাবে ইংলেণ্ডলৈ ৰাজ্যৰ ৫গৰাকী স্কুলীয়া…
পঞ্চায়ত পৰ্যায়ৰ পুনঃ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১৭ ছেপ্টেম্বৰঃ ৰাজ্যত আগন্তুক নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনাক লৈ ৰাজনৈতিক দল সমূহে তৎপৰতা আৰম্ভ কৰিছে।ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণে পঞ্চায়ত সমূহৰ সীমাক লৈ এক ধূসৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে…
ৰাজ্যিক কৃতি শিক্ষয়িত্ৰী কল্পনা গগৈ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে এইবাৰ ঘোষণা কৰা ৰাজ্যিক কৃতি শিক্ষক বটাঁৰে সন্মানিত হৈছে ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা কল্পনা গগৈ। এইবাৰ জিলাখনৰ একমাত্ৰ বটাঁ প্ৰাপকৰূপে কল্পনা গগৈ বিবেচিত হৈছে। ১৯৮৮ চনৰ ১১…
নতুন ন্যায় সংহিতাৰ নতুন দিশবোৰ
সমল ব্যক্তিৰূপে অংশগ্ৰহণ জিলা আইন সেৱা প্ৰাধিকাৰী সচিব প্ৰসেনজিৎ দাসৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১১ আগষ্টঃ এতিয়াৰে পৰা কোনো লোকে অভিসন্ধি কৰি আন কোনো লোকক আদালতত এজাহাৰ দি হাৰাশাস্তি কৰিব নোৱাৰিব। আদালতে এজাহাৰ পোৱাৰ পিছত দুয়োপক্ষকে…
ক্লাইম্বাথন ২০২৪’ লৈ অসমৰ একমাত্ৰ পৰ্বতাৰোহী ৰুবী বৰা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ জুলাইঃ ভাৰতীয় পৰ্বতাৰোহণ সংস্থাই আয়োজন কৰা দুঃসাহসিক পৰ্বতাৰোহণৰ কাৰ্য্যসূচী 'ক্লাইম্বাথন ২০২৪' লৈ অসমৰ হৈ অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত হৈছে লখিমপুৰ জিলাৰ দেওতোলাৰ ৰুবী বৰাই। হিমাচল প্ৰদেশত অৱস্থিত ভাৰতৰ তৃতীয় বৃহৎ…
চেন্টাৰ বাইদেৱে চাকিটো ঘূৰাই দিব…
দীপামণি হাজৰিকা বৰুৱা
মানুহ গৰাকীৰ আচল নামটো আজিও নাজানো। কিন্তু লগ পোৱাৰে পৰা শুনি আহিছো তেখেতক সকলোৱে চেন্টাৰ বাই বুলি মাতে।কথাই প্ৰতি ঢেকঢেকাই হাঁহি উঠা চেন্টাৰ বাইদেউ আমাৰ গাঁও খনৰ সকলোৰে মৰমৰ। নহ'বই বা কিয়! কাৰোবাৰ ঘৰত কিবা…
আপোন গাঁওখনলৈ আহি নষ্টালজিক হৈ পৰিল জীয়ৰীসকল
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২২ জুলাইঃ দেওবাৰৰ দিনটো গীত-মাতে মুখৰিত হৈ পৰে উত্তৰ লক্ষীমপুৰ নগৰৰ সমীপৱৰ্তী সোণাৰী গাঁও৷ এক আনন্দ মুখৰ পৰিৱেশত আপোন গাঁওখনত উপস্থিত হৈ সোণাৰী গাঁৱৰ জীয়াৰীসকলে শৈশৱ স্মৰণ কৰি নষ্টালজিক হৈ পৰে৷ সুৰ্দীঘ ১৫ বছৰ…