লখিমপুৰত জিলা আয়ুক্ত সন্মিলনত ৭ জিলাৰ উন্নয়নমূলক কামকাজৰ অগ্ৰগতি পৰ্যালোচনা পৰিবহণ মন্ত্ৰী কেশৱ…

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ১ জুলাইঃ জিলা আয়ুক্ত সন্মিলনৰ অংশ হিচাপে আজি লখিমপুৰত উত্তৰ অসম আৰু বৰাক উপত্যকাৰ সাতখন জিলাত চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতি পৰ্যালোচনা কৰে ৰাজ্যৰ পৰিবহণ, আৱকাৰী, মীন, বিজ্ঞান-প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী…

লখিমপুৰত বানত ডুবি যুৱকৰ মৃত্যু

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ১ জুলাইঃ লখিমপুৰত বান পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে আজি দুপৰীয়া জিলাখনৰ নাওবৈচাত শিঙৰা নদীৰ বানত ডুবি এজন যুৱকৰ মৃত্যু হয়৷ মৃত যুৱকজনৰ নাম হৈছে পংকজ নেওগ ৷ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত পেৰাভাৰী গাঁৱৰ…

চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ত সোৱণশিৰিৰ মাছমৰীয়াৰ আৰ্থ-সামাজিক বিষয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ…

শতাব্দ লখিমপুৰ, ১ জুলাই: চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ আইকিউএচিৰ সহযোগত আৰু আই চি এছ এছৰ অৰ্থ সাহায্যত অসমৰ "সোৱণশিৰি নদীৰ মাছমৰীয়াৰ আৰ্থ-সামাজিক বিষয় আৰু স্থিতি: জীৱিকা বৃদ্ধিৰ বাবে নীতি খচৰা" সম্পৰ্কীয় ৰাষ্ট্ৰীয়…

লখিমপুৰত চুকাফাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উদঘাটন

শতাব্দ লখিমপুৰ, ৩০ জুনঃ অসমত আহোম ৰাজত্বৰ পাতনি মেলি বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাৰ ব্ৰঞ্জৰ এটি প্ৰতিমূৰ্তি আজি লখিমপুৰত মুকলি কৰা হয়। মূৰ্তিটো উদঘাটন কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই। লখিমপুৰ জিলাৰ সদৰৰ পৰা ৭ কিলোমিটাৰ দূৰত্বৰ…

লখিমপুৰত বিপদ সীমা উপচি বৈছে পাঁচখন নৈ

শতাব্দ, লখিমপুৰ ৩০ জুনঃ ভয়াবহ বান দুৰ্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা। যোৱা কিছুদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ লগতে অৰুণাচলত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত জিলাখনৰ প্ৰায়বোৰ নদীৰ জলপৃষ্ঠ বিপজ্জনক ৰূপত বৃদ্ধি পাইছে। আজিৰ দিনটোত জিলাখনত পাঁচখন নৈ ৰ…

নীপকোৰ বলিশালত ৰঙানদীপৰীয়া

জীৱন গোস্বামী অৰুণাচলৰ ইয়াজুলীত থকা ৪০৫ মেগাৱাট শক্তিসম্পন্ন ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়া হৈছে। প্ৰকল্পটোৰ জলাধাৰত পানীৰ চাপ অত্যধিক হোৱাত জলাধাৰৰ সুৰক্ষাৰ খাতিৰতে প্ৰকল্পটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান উত্তৰ পূৱ শক্তি নিগম…

গুৱাহাটীৰ পৰা শীঘ্ৰে ঢাকা-কাঠমাণ্ডুলৈ উৰিব এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ২৮ জুনঃ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিমানযাত্ৰীসকলৰ বাবে সুখবৰ। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা শীঘ্ৰে সম্প্ৰসাৰণ ঘটিব আন্তঃৰাষ্ট্ৰীয় বিমানসেৱাৰ। অসমৰ পৰা আন্তঃৰাষ্ট্ৰীয়…

 অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হল ৰঙা সংৰক্ষিত বনাঞ্চলৰ অবৈধ নিৰ্মাণ 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৭ জুনঃ অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে নিৰ্মাণ কৰা এক’লেণ্ড অৱশেষত আজি অৰুণাচল প্ৰশাসনে নিজে ভাঙি দিবলৈ বাধ্য হয়৷ বুধবাৰে অসমৰ বিশাল সুৰক্ষা বাহিনীয়ে ৰঙা সংৰক্ষিত বনাঞ্চলত অসমৰ ভূমি বেদখল কৰি…

নিশাটোৰ ভিতৰতে অৰুণাচলীয়ে অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ ভিতৰৰ পথত খান্দিলে বৃহৎ বৃহৎ গাঁত

 পুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পৰ্যন্ত ৰামপুৰ বগীবিলত থমকি ৰ’ল লখিমপুৰ প্ৰশাসন অসমৰ বুলডজাৰৰ সন্মুখত শুই পৰিল অৰুণাচলী অৰুণাচলীৰ ধমক, গালি গালাজত উভতি আহিল অসমৰ বিশাল আৰক্ষী-বন বাহিনী মহিলা আৰক্ষীক অভব্য আচৰণ, অসম পুলিচ গ’ বেক…

সুনীল গগৈৰ ডি এন এৰ প্ৰতিবেদনৰ ওপৰত সন্দেহ ৰাইজৰ

ঢকুৱাখনা সুনীল গগৈ কাণ্ডৰ ২৫ দিন প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ধাৰত ব্যৰ্থ আৰক্ষী তথ্য-প্ৰমাণ আছে যদি সুনীলৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰক, অযথা হাৰাশাস্তি নকৰিব -গাঁওবাসী অভিযন্তা জয়ন্ত গোস্বামীক জেৰাৰ দাবী ঢকুৱাখনা থানাত ৰাইজৰ…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More