নিবনুৱালৈ প্ৰশিক্ষণৰ জড়িয়তে নিয়োজনৰ সুবিধা

শতাব্দ, উত্তৰ লখিমপুৰ,১৪ জুনঃ অতিথ্য খণ্ডত নিয়োজনেৰে নিজকে প্ৰতিষ্ঠিত কৰাৰ বাবে ইচ্ছুক যুৱক-যুৱতীসকলৰ বাবে অসম দক্ষতা উন্নয়ন অভিযানৰ অধীনস্থ উত্তৰ পূব দক্ষতা উন্নয়ন কেন্দ্রই লৈ আহিছে সুখবৰ। এই কেন্দ্রত ফুড এন্ড বেভাৰেজ (১২০ খন আসন), হাউচ…

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ২৫ কিলোগ্ৰাম ওজনৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত মঙ্গলবাৰে এগৰাকী ৭০ বছৰীয়া মহিলা ৰোগীৰ পেটৰ পৰা চিকিৎসকে অস্ত্ৰোপচাৰ কৰি এটা বৃহৎ আকাৰৰ টিউমাৰ উলিয়াবলৈ সক্ষম হয়৷ উল্লেখ্য যে বিহপুৰীয়াৰ এই মহিলাগৰাকীয়ে বিগত…

লখিমপুৰত কিতাপ গছকি পাৰ হয় মানুহ

জিলা আয়ুক্তক ঠিকাদাৰৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ অভিযোগ দাখিল শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১২ জুনঃ লখিমপুৰ জিলা পুথিভঁৰালৰ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে চি আই ডি এফ আঁচনিৰ অধীনত ২০২০-২১ বৰ্ষতে ৪.৯৯ কোটি টকা আৱণ্টন দিয়ে যদিও নিবিদাপ্ৰাপ্ত…

লণ্ডনৰ পৰা কলিকতালৈ চলিছিল বাছ

ইংলেণ্ডৰ লণ্ডনৰ পৰা ভাৰতৰ কলকাতালৈ চলাচল কৰা বাছ সেৱাক বিশ্বৰ আটাইতকৈ দীঘলীয়া বাছ যাত্ৰা বুলি গণ্য কৰা হৈছিল। ১৯৫৭ চনৰ পৰা আৰম্ভ হোৱা এই বাছ সেৱাই বেলজিয়াম, যুগোশ্লাভিয়া আৰু উত্তৰ পশ্চিম ভাৰত হৈ ভাৰতলৈ অহা-যোৱা কৰিছিল।এই পথটোক "হিপ্পী…

হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে–বিধায়ক অখিল গগৈ

ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত…

পৰিপুষ্টিহীন সোৱণশিৰিত মাছৰ পোনা মেলিলে এনএইচপিচিয়ে

শতাব্দ ষ্টাফ ৰিপটাৰ, লখিমপুৰ, ৭জুনঃ ২০২৩ চনৰ ২৭ অক্টোবৰত এক অনাকাংশিত পৰিস্থিতিৰ সৃষ্টি কৰি সোৱণশিৰি নৈপৰীয়া জনগণক আতংকময় পৰিৱেশৰ মাজত উদ্বিগ্ন কৰি ৰাখি এন এইচ পি চিয়ে সোৱণশিৰি নদীখন শুকুৱাই পেলাইছিল। সেই এন এইচ পিচিয়ে এতিয়া ঘঁৰিয়ালৰ দৰে…

আকৌ আহিল বিচিজি ভেকচিনঃ আপুনিও লবনে 

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুনঃ আকৌ এটা ভেকচিন লোৱাৰ সময় সমাগত। পিছে ক’ভিডৰ ভেকচিন লোৱা আৰু অলপতে এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত বিশ্বজুৰি সৃষ্টি হোৱা তুমুল প্ৰতিক্ৰিয়াৰ পিছত আকৌ এটা নতুন ভেকচিন লোৱাৰ বাবে আপুনি মানসিকভাবে প্ৰস্তুত নে?…

সোৱণশিৰি প্ৰকল্পৰ বাবেই নামনিত শতাধিকে হেৰুৱাইছে ঘৰ-দুৱাৰ

মুকলি আকাশৰ তলতে খাদ্য গ্ৰহণ নিথৰুৱা পৰিয়ালৰ প্ৰখৰ ৰদত প্ৰতিবাদী জনতাৰ ক্ষোভৰ সন্মুখীন জিলা আয়ুক্ত শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৬ জুনঃ লখিমপুৰ জিলাৰ বৃহত্তৰ পূৱ তেলাহী মৌজাৰ ন আলি অঞ্চলত এতিয়া সোৱণশিৰিৰ ভয়ংকৰ গৰাখহনীয়াই বহু…

লখিমপুৰত ১৪৪ ধাৰা বলবৎঃ পুৱা ৮ বজাৰ পৰা লোকসভা নিৰ্বাচনৰ ভোট গণনা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ৩ জুনঃ কাইলৈ দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোট গণনালৈ সাজু হৈ উঠিছে সমগ্ৰ দেশ৷ তেনেদৰে লখিমপুৰ জিলা প্ৰশাসনেও শান্তিপূৰ্ণ আৰু আইন শৃংখলিতভাৱে ৪ জুনৰ পুৱাৰে পৰা ভোট গণনাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি…

পাছিঘাটত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠান লুম্মেৰ দাইৰ জন্ম দিৱস উদযাপন

পাছিঘাটৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,১ জুন: বিশিষ্ট সাহিত্যিক লুম্মেৰ দায়ে অৰুণাচলৰ ভূমিত আজিলৈকে উচিত সন্মান লাভ নকৰিলে। অৰুণাচলৰ নতুন প্ৰজন্ম লুম্মেৰ দাইৰ সাহিত্য কৃতি আৰু অসম-অৰুণাচলৰ সমন্বয়ত এইগৰাকী প্ৰথিতযশা সাহিত্যিকৰ অৱদান সম্পৰ্কে…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More