ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
পৰ্যটন
১০৮ টা জলস্ৰোতৰে গঠিত চুমি গ্যাটচ জলপ্ৰপাতক পৰ্যটকৰ বাবে প্ৰচাৰ কৰিব সেনাই
শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১মে’: অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত থকা পবিত্ৰ জলপ্ৰপাতক উন্নয়নৰে দেশ-বিদেশৰ পৰ্যটকৰ…
তাজমহলৰ ‘২২টা বন্ধ কক্ষ’ খোলা হওক
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৯ মে' : তাজমহলত তলাবন্ধ হৈ থকা ‘২২টা কক্ষ’ খোলাৰ আবেদন জনাই আদালতৰ দ্বাৰস্থ হল বিজেপি। তাৰ…
৭১ কোটিৰো অধিক মূল্যত বিক্ৰী হ’ল মাৰাডোনাৰ জাৰ্চি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ৫ মে' : নতুন ৰেকর্ড গঢ়িলে ডিয়েগ' মাৰাডোনাই (Diego Maradona)। এই ৰেকর্ড তেওঁৰ…
হৃদপিণ্ডত ফুটা লৈও দেশৰ মঞ্চ কঁপাইছে গোগামুখৰ কণমানিয়ে
বিজয় বৰি
জীৱনত সফলতা লাভ কৰিবলৈ কেৱল সৌভাগ্যকে ফচল বুলি ক’ব নোৱাৰি। কোনো কোনোৱে জীৱনত সন্মুখীন হোৱা দুৰ্ভাগ্যক…
কলকাতাত নামঘৰৰ আধাৰশিলা স্থাপন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৪ মেঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি নামঘৰৰ লাইখুঁটা স্থাপন হল আজি কলকাতাৰ পিয়ালিৰ…
দেশে-বিদেশে ৮টা ‘তাজমহল’
দাদুল দেৱকৃষ্ণ বৰুৱা
তাজমহল। নামটোৰ লগত জড়িত হৈ আছে এটুকুৰা ইতিহাস আৰু হিচাপ কৰিব নোৱৰা ভালপোৱা। বিশ্বৰ সপ্ত…
নামদাফাত পৰ্যটকৰ বাবে ৰাফটিং সেৱা প্ৰৱৰ্তন
শতাব্দ বিশেষ প্ৰতিনিধি, ৪ মে': অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামদাফা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষিত এলেকাৰ…
ফ্লাৱাৰ নহি ফায়াৰ হো মেই: মোৰ বিৰুদ্ধে গোচৰ তৰাসকল গডছে’ৰ ভক্ত–জিগনেছ…
শতাব্দ প্ৰতিনিধি, ৩ মেঃ ফুল নহয় মই জুইহে।মোৰ বিৰুদ্ধে গোচৰ তৰাসকল নাথুৰাম গডছেৰ ভক্ত--এই অভিযোগ গুজৰাটৰ…
‘দেউৰী শব্দৰ ইতিহাস’ উন্মোচনঃ হেমকোষ অভিধান দেউৰী ভাষাত প্ৰকাশৰ পথত
শতাব্দ প্ৰতিনিধি,যোৰহাট, ১ মেঃ উত্তৰ পশ্চিম যোৰহাটৰ নামদেউৰী গাঁৱৰ ৰংগমঞ্চত আজি দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,…
আৰে ভাই, দুটা দুটা তিল পিঠা, তিলৰ লাড়ু আৰু চাহ দিবা
অশ্বিনী বৰুৱা
গুৱাহাটীৰ ষ্টাৰ (?) হোটেল এখনত এবাৰ ব্যক্তিগতভাবে আৰু এবাৰ ফেচবুকৰ জড়িয়তে কৈছিলোঁ বোলোঁ অসমক…