ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
সাহিত্য
শোণিতপুৰ জিলা সাহিত্য সভাই পালন কৰিলে সাহিত্য দিৱস
অসমীয়া সাহিত্যৰ লেখক সাহিত্যিক হ’বলৈ হ’লে বেজবৰুৱাৰ সাহিত্যৰাজি পঢ়িবই লাগিব - অধ্যাপক ড°হৰি প্ৰসাদ বৰুৱা
কলকাতাত নৰ্থ লখিমপুৰ কলেজৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় আলোচনা-সত্ৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৬ মাৰ্চঃ নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু ছেইণ্ট প’লচ কেথেড্ৰেল মিছন কলেজৰ বাংলা বিভাগৰ…
স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ মাৰ্চঃ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো লখিমপুৰ কেন্দ্ৰীয় বিহু সন্মিলনখন উত্তৰ লখিমপুৰ…
ককা-আইতাই খুন্দনাত তামোল খুন্দি মুঢ়াত বহি ক’লে সাধু
শতাব্দ ষ্টাফ ৰিপটাৰ তেজপুৰ, ১৯ মাৰ্চঃ প্ৰতিকূল বতৰৰ মাজতো শতাধিক শিশুৰ মুখৰ সাধুৰ লগতে ককা - আইতা কোৱা সজ কথা আৰু…
অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি, বৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ তথা বিশিষ্ট সাহিত্যিক…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, শিৱসাগৰ, ২৭ ফেব্ৰুৱাৰীঃ শ্ৰীশ্ৰীবৰখাতপাৰ সত্ৰৰ সত্ৰাধিকাৰ, অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি…
তেজপুৰ সাহিত্য চ’ৰাৰ ৫৩৫ সংখ্যক বৈঠকত দিলীপ কুমাৰ বৰাৰ কাব্য গ্ৰন্থ…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ৫ ফেব্ৰুৱাৰী: জীৱনৰ প্ৰৌড় বয়সতো মানসিক খাদ্যৰে সুস্বাস্থ্য গঢ়ি প্ৰশান্তিৰে জীৱন…
সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল…
অসম সাহিত্য সভাৰ ৭৬ সংখ্যক নাৰায়ণপুৰ অধিৱেশনৰ প্ৰতিনিধি সভাৰ গৃহীত প্ৰস্তাৱসমূহ
প্ৰস্তাৱ নং-১
আজিৰ প্ৰতিনিধি সভাই অসম সাহিত্য সভাৰ ২০২০-২৩ বৰ্ষৰ কাৰ্যকালৰ সময়ছোৱাত অসম, ভাৰতবৰ্ষ তথা বিশ্বৰ…
নাৰায়ণপুৰত সাহিত্য সভাৰ অধিৱেশন লোকাৰণ্য
নাৰায়ণপুৰ মণিকাঞ্চন ক্ষেত্ৰৰ পৰা শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২ ফেব্ৰুৱাৰীঃ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰখামতি…