ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
লিড
পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !
গুৱাহাটী, ৯ আগষ্টঃ অসমৰ ১৮খন জিলাত পাম অইলৰ খেতি কৰিবলৈ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইণ্ডিয়ান কাউন্সিল অব…
পৰেশ বৰুৱাক ৭ দিনৰ বাবে আলহী খাবলৈ মাতিলে মুখ্যমন্ত্ৰীয়ে
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৮ আগষ্ট : আলফাৰ (স্বাঃ) মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক দিনচেৰেকৰ বাবে অসমলৈ আলহী…
ফেচবুক চালেই গম পায়- মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা হ্ৰাস পাইছ-লুৰীণজ্যোতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৬আগষ্টঃ “ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মাৰ জনপ্ৰিয়তা হ্ৰাস পাইছে৷ ফেচবুক…
কাৰাগাৰৰ বন্ধ কোঠাৰ পৰা মুকলি হল অধ্যাপক ড॰ হেমন্ত শৰ্মা
কাৰাগাৰ সন্মুখতে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যাপকজনক আদৰণি- চৰণ চুই সেৱা প্ৰাক্তন শিক্ষাৰ্থীৰ
শতাব্দ ষ্টাফ…
পুৰাণ প্ৰসিদ্ধ শোণিতপুৰৰ জিলা দিৱস বণাৰ্ঢ্য কাৰ্যসূচীৰে উদযাপন
পুন:নিৰ্মিত আনন্দ চন্দ্ৰ আগৰৱালা উদ্যান উদ্ঘাটন
তেজপুৰৰ চিত্ৰশিল্পীৰ লাইভ কেনভাচত উদ্ভাসিত হ'ল শোণিতপুৰৰ…
প্ৰধান মন্ত্ৰীয়ে অনা কুৰিটা চিতাবাঘৰ নৱমটোৰ আজি মৃত্যু ঘটিল
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২ আগষ্টঃ দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ আনি মধ্যপ্ৰদেশৰ কুন' ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়া…
আলফাত চলিছে নিযুক্তিৰ মেলা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১ আগষ্ট : নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে আলফাই (স্বাঃ) ৷ নিষিদ্ধ…
লখিমপুৰত নিশা ছাগলী চোৰে যুৱকক হত্যা কৰা ঘটনাক লৈ উত্তপ্ত লখিমপুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ জুলাইঃ লখিমপুৰ নগৰৰ পাশ্বৱৰ্তী বগলীজানৰ গোৱৰীশালিত যোৱা নিশা এক ভয়ংকৰ ঘটনা…
তেজপুৰৰ ঐতিহ্যমণ্ডিত ঔগুৰি পাহাৰৰ মাটি ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ চৰকাৰী…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ ২৮ জুলাইঃ তেজপুৰৰ ১৪ টা জাতীয়, সামাজিক, সাংস্কৃতিক সংগঠনৰ উদ্যোগত যোৱা ২১ জুলাইত…
তেজপুৰ বিশ্ববিদ্যালয়ত ২০২৩-২৪ বৰ্ষত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰম আৰম্ভ…
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭জুলাইঃ কেন্দ্ৰীয় চৰকাৰে ২০২০ৰ ২৯জুলাইত প্ৰৱৰ্তন কৰা নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ…