ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়াত পদক লাভ

0 16
শতাব্দ প্ৰতিনিধি‍,তেজপুৰ,১৫ফেব্ৰুৱাৰীঃ ভূৱনেশ্বৰৰ বাৰানসীত অনুষ্ঠিত হোৱা পঞ্চম ৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতাত তেজপুৰৰ মামু বায়নে হেমাৰ থ্ৰ’ত ৰূপৰ আৰু ত্ৰিপোল জাঁপত ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে৷এই সাফল্যৰে প্ৰবীন খেলুৱৈগৰাকী দক্ষিণ আফ্ৰিকাত অনুষ্ঠিতব্য আন্তৰাষ্ট্ৰীয় প্ৰবীন ক্ৰীড়া প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰিছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More