‘কত যে কথা জনা নজনা’

ড° বুলজিৎ বুঢ়াগোহাঁই ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, এগৰাকী নীৰৱ চিন্তাশিল্পী তথা সংগীতশিল্পী ড° বনজিত ভট্টৰ বিভিন্ন কাকত-আলোচনীত প্রকাশিত ৰচনাৰাজি সমাজ চেতনাৰ স্পৃহাৰে সংপৃক্ত। তেওঁৰ কথকতাত নৱ-প্ৰজন্মক প্রত্যুৎসাহিত কৰাৰ আকুলতা…

লখিমপুৰৰ নতুন জিলা আয়ুক্ত

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৩০ নৱেম্বৰঃ ৰাজ্য চৰকাৰে এক নিৰ্দেশনা যোগে আজি লখিমপুৰত নতুন জিলা আয়ুক্তৰূপে গায়ত্ৰী দেৱীদাস হ্যাইলিঙ্গেক নিযুক্তি দিছে। একেটা নিৰ্দেশনাতে বৰ্তমানৰ জিলা আয়ুক্ত সুমিত চত্তাৱানক কামৰূপ মহানগৰ জিলা আয়ুক্তৰূপে বদলি কৰিছে।

অসম ডন বস্কো বিশ্ববিদ্যালয় (এডিবিইউ)লৈ ই-নৰ্থ ইষ্ট বঁটা

গুৱাহাটী,৩০ নৱেম্বৰ : অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ মহিলা সৱলীকৰণ কোষ ‘ভনিতাগ্ৰাতা (VanitAgrata)’ই সামাজিক আৰু বিত্তীয় শাখাৰ অধীনত ২০২৩ চনৰ ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। ২৪ আৰু ২৫ নৱেম্বৰত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ…

শতবৰ্ষত ভৰি দিলে চৰকাৰী ৰঙা গাড়ীত ”দৌৰি থকা গঁড়”ৰ স্ৰষ্টা চৌকত আলীয়ে

চলচ্চিত্ৰ অভিনেতা, প্ৰখ্যাত ফুটবল, হকী খেলুৱৈ, আলোকচিত্ৰ শিল্পী, প্ৰসিদ্ধ মাউথ অৰ্গেন বাদক, ফুল পালক চৌকত আলীক এশবছৰীয়া ওপজা দিনৰ সম্বৰ্ধনা তেজপুৰ জন সাংস্কৃতিক পৰিষদৰ  শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ:৩০ নবেম্বৰ : অসম ৰাজ্যিক পৰিবহণ নিগমৰ…

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ আৰম্ভ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২ নৱেম্বৰঃ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজি সামৰণি অনুষ্ঠানত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ দিশত অপৰিসীম অৱদান আগবঢ়োৱা মহান ব্যক্তিসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ…

তেজপুৰৰ মহাভৈৰৱ কোঅপাৰেটিভ আৰবান বেংকক লেনদেনত বাধা ৰিজাৰ্ভ বেংকৰ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯অক্টোবৰঃ তেজপুৰস্হ মহাভৈৰৱ কো অপাৰেটিভ আৰবান বেংক লিমিটেডক ৪৫দিনলৈ কোনোধৰণৰ বিত্তীয় লেনদেন কৰাত বাধা আৰোপ কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই৷ উল্লেখযোগ্য যে,সমবায় বেংকটোত ৰিজাৰ্ভ বেংকৰ হিচাপ পৰীক্ষাৰ সময়ত…

তেজপুৰত ব্যৱসায় প্ৰতিষ্ঠানৰ বাংলা ভাষাৰ ফলকত কলা ৰং সানিলে আছুৱে

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৯ অক্টোবৰঃ তেজপুৰৰ মাজমজিয়াৰ কছাৰীগাঁও চাৰিআলিত দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ পৰিৱৰ্তে বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ তেজপুৰ আঞ্চলিক আৰু শোণিতপুৰ জিলা ছাত্ৰ সন্হাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷…

বিহংগবন্ধুৰ উদ্যোগত এল. টি. কে মহাবিদ্যালয়ত সৰ্প সজাগতা সভা

উত্তৰ লখিমপুৰ, ১৯ অক্টোবৰঃ "বিহংগবন্ধু"ৰ উদ্যোগত লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ Science Forum ৰ সহযোগত ১৭ অক্টোবৰৰ দিনৰ ১১ বজাত মহাবিদ্যালয়খনৰ কনফাৰেন্স হ'লত এখন সৰ্প, সৰ্প দংশন আৰু সজাগতা সভা অনুস্থিত হৈ যায়৷ সভাখন অনুস্থিত হয় ৷…

ডিব্ৰুগড় আৰু ডিফু লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ সিদ্ধান্ত চিপিআই (এম-এল)ৰ

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক ষ্টেণ্ডিং কমিটিৰ বৈঠক বুধবাৰে আৰু আজি বৃহস্পতিবাৰে তিনিচুকীয়াত অনুষ্ঠিত হৈ যায় ৷ বৈঠকত দেশ তথা অসমৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত বিশদ আলোচনা কৰা হয় ৷ আজি চি পি আই…

তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ দেহাৱসান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৯ অক্টোবৰ : তিনিচুকীয়া পৌৰসভাৰ প্ৰাক্তন সভানেত্ৰী দিপ্তী দাসৰ আজি পুৱা চহৰখনৰ দহোতীয়াচুকস্থিত নিজ বাসগৃহত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় ৫০ বছৰ ৷ তিনিচুকীয়া পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More