লখিমপুৰত ৩-৪ জুলাইত জিলা আয়ুক্তৰ সন্মিলন

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ২৫ জুনঃ এইবাৰ জিলা আয়ুক্তসকলৰ সন্মিলনখন লখিমপুৰত অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে লখিমপুৰ জিলা প্ৰশাসনলৈ প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে৷ ইতিমধ্যে জিলা আয়ুক্তসকলৰ সন্মিলনখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে লখিমপুৰ…

অসমৰ চক্ৰ বিষয়া, বনাঞ্চলিক বিষয়াক হাত কাটি দিয়াৰ ভাবুকি অৰুণাচলীৰ

লখিমপুৰৰ জিলা আয়ুক্তৰ কক্ষত গুৰুত্বপূৰ্ণ বৈঠক অৰুণাচলীৰ ভাবুকিত ফটো ডিলিট কৰিবলৈ বাধ্য হ’ল লখিমপুৰৰ দুই বিষয়া শীঘ্ৰে সীমান্তলৈ যাব আয়ুক্ত-আৰক্ষী অধীক্ষক শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ,২৪ জুনঃ অসম অৰুণাচল সীমান্তৱৰ্তী তথা…

সৰ্বানন্দৰ পৰা হিমন্ত চৰকাৰলৈকে ২৫৫ কোটি টকাৰ ঠগ খাইছে ৰাজ্যৰ সুলভ মূল্যৰ দোকানীয়ে

বিনামূলীয়া চাউল বিলাই পেটত গামোচা মাৰিব লগা হৈছে ৰাজ্যৰ ৩৩,১৬৭ জন দোকানী শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৪ জুনঃ ৰাজ্যত বিনামূলীয়া চাউল বিতৰণ কৰি সুলভ মূল্যৰ দোকানীসকলে নিজে পেটত গামোচা বান্ধিব লগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ এই হঠকাৰী আৰু…

২২ জুনঃ বিশ্ব বৰ্ষাৰণ্য দিৱস

  মানস প্রতিম দত্ত     বৰ্ষাৰণ্য শব্দটো মূলতঃ  দুটা শব্দৰ সমষ্টি৷ বৰষা আৰু অৰণ্য৷ বৰ্ষাৰণ্য শব্দটো শুনিলে আমি বহুতে ভাবো যে উক্ত অঞ্চলত গছৰ পৰা টোপাটোপে বৰষুণ সৰি থাকে৷ ই এক ভুল ধাৰণাহে৷ গোটেই বছৰ সেমেকা পৰিৱেশ বিৰাজ কৰে বাবে এনে…

বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত স্থানীয় বিদ্যালয় “চেতনা অভিযান”ৰ শুভাৰম্ভ

শতাব্দ, লখিমপুৰ, ২০ জুনঃ বিহপুৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত বৃহত্তৰ বিহপুৰীয়া অঞ্চলৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অসমীয়া ভাষাৰ শুদ্ধ প্ৰয়োগ আৰু অসমীয়া সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি কৰাৰ উদ্দেশ্যে…

দায়িত্ব লৈয়ে পৰিৱহণ মন্ত্ৰী কেশৱ মহন্তৰ বিভাগীয় শীৰ্ষ বিষয়াৰে বৈঠক

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,২০ জুন : ৰাজ্যৰ নৱনিযুক্ত পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি দিছপুৰৰ জনতা ভৱনত বিভাগটোৰ শীৰ্ষ বিষয়াবৰ্গৰে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ পৰিবহন বিভাগৰ সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত অংকুৰ জৈনকে ধৰি বিভাগটোৰ…

অসমৰ ৰঙা সংৰক্ষিত বনাঞ্চলত খুটি পুতি বহিছে অৰুণাচলী

অসমৰ বনভূমিত অৰুণাচলীৰ ৬ কিলোমিটাৰ পকী পথ নিৰ্মাণ জিলা আয়ুক্ত-বিধায়ক-বন বিষয়াৰ পদক্ষেপ নাই বেদখল উচ্চেদৰ দাবীত জিলা আয়ুক্তক ৰামপুৰবাসীৰ স্মাৰকপত্ৰ প্ৰদান শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২০ জুনঃ লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত…

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এটা জীয়া কাহিনী

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ ১৪ জুনঃ লখিমপুৰ নগৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত আছে বড়িমুৰী নামৰ গাঁওখন৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে আছে এই গাঁওখন৷ এই গাঁওখনৰে বাসিন্দা হৈছে অনু নাৰ্জাৰী ওৰফে শামুকখোৱা৷ এই ৫৫ উৰ্ধৰ অনু নাৰ্জাৰীক…

ভাৰতত ইলেকট্রিক বাহন আৰু সেউজ পৰিৱেশ

ড° বুলজিৎ বুঢ়াগোহাঁই পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰতো ইয়াৰ…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More