অইল ইণ্ডিয়াৰ সঞ্চালকমণ্ডলীৰ পদত আৰু এজন অসমীয়া

0 44

অইল ইণ্ডিয়াৰ সঞ্চালকমণ্ডলীৰ পদত আৰু এজন অসমীয়াই যোগদান কৰিছে। অন্বেষণ আৰু বিকাশ বিভাগৰ সঞ্চালক হিচাপে দায়িত্বগ্ৰহণ কৰিছে ড° মানস কুমাৰ শৰ্মাই ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More