ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
অফবিট
আং চান চ্যু কিক পাঁচ বছৰৰ কাৰাদণ্ড
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিল : ম্যানমাৰৰ প্রাক্তন শাসক আং চান চ্যু কিক দুর্নীতিৰ অভিযোগত আজি ২৭ এপ্ৰিলত পাঁচ…
সাৱধান :ৰেচন কাৰ্ডে বিপদ মাতিব পাৰে আপোনাৰ
মুক্তামণি ভূমিফুকন
যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।ৰেচনকাৰ্ড সম্পৰ্কীয়…
আগৰতলাৰ পৰা ঢাকা হৈ কলকাতালৈ বাছ সেৱা
শতাব্দ বিশেষ প্ৰতিনিধি, ২৭ এপ্ৰিলঃ ক'ভিড মহামাৰীৰ বাবে ২০২০ চনৰ মাৰ্চ মাহৰ পৰা সাময়িক ভাৱে স্থগিত ৰখা আগৰতলা -…
৩০ এপ্রিলত বছৰৰ প্রথম সূর্যগ্রহণ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৭ এপ্ৰিলঃ মাজত আৰু মাত্র দুদিন। তাৰ পিছতেই বিশ্ববাসী সাক্ষী হ'ব বছৰৰ প্রথমটো…
টেছলাই ভাৰতত বৈদ্যুতিক বাহন নিৰ্মাণ কৰিলে চৰকাৰৰ কোনো আপত্তি নাই
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে আজি টেছলা…
“এটা ষ্টেছন, এটা সামগ্ৰী” – ভাৰতীয় ৰেলৱেৰ নতুন শ্ল’গান
ৰাণু বৰুৱা
"এটা ষ্টেছন, এটা সামগ্ৰী" - ভাৰতীয় ৰেলৱেৰ এতিয়া এটা নতুন শ্ল'গান। অভিনৱ এক ধাৰণাৰে ২০২২-২৩ বৰ্ষৰ…
বাক স্বাধীনতাৰ স্বাৰ্থৰ বাবেই টুইটাৰক ব্যক্তিগতকৰণঃ এল’ন মাস্ক
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ এপ্ৰিলঃ বহু প্ৰতীক্ষিত জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বিশ্বৰ শীৰ্ষস্থানীয় ধনী ব্যক্তি…
চন্দ্ৰত পাৰমাণৱিক বিস্ফোৰণৰ চেষ্টা আমেৰিকাৰ !
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৬ এপ্ৰিল : আমেৰিকাৰ মুন মিছনক লৈ এক বৃহৎ ঘটনাৰ কথা পোহৰলৈ আহিছে। কিছু গোপন নথিৰ পৰা জনা…
চাৰ্দিনিয়া : আন এক চাংগ্ৰীলা!
দাদুল দেৱকৃষ্ণ বৰুৱা
আমি সকলোৱেই দীৰ্ঘ জীৱন বিচাৰোঁ। বিচাৰোঁ সুস্বাস্থ্য আৰু সুখী জীৱন। কিন্তু এয়া কিদৰে সম্ভৱ?…
দেশৰ পৰিধি ভেদি ‘লাকাডং’ এতিয়া বিশ্বমুখী
ৰাণু বৰুৱা
মেঘৰ দেশ মেঘালয়ৰ পশ্চিম জয়ন্তীয়া জিলাৰ এখন গাঁও 'লাকাডং' এতিয়া লাহে লাহে দেশখনৰ ৰান্ধনিশাল সমূহত…