ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
আন্তঃৰাষ্ট্ৰীয়
ব্ৰিটেইনে ঘূৰাই দিলে ৭টা লুট কৰা প্ৰাচীন সামগ্ৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২০ আগষ্ট : ব্ৰিটিছ যুগত লুণ্ঠন কৰা বহু প্ৰাচীন সামগ্ৰী ভাৰতলৈ ঘূৰি আহিছে। ১৯ আগষ্ট…
উদ্বেগ বৃদ্ধি কৰি ভাৰত মহাসাগৰত চীনৰ ঘাটি!
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৯ আগষ্ট : আফ্ৰিকাৰ একেবাৰে মাজমজিয়াত জিবুটিত নিৰ্মাণ কৰা চীনা ঘাটিটোৱে সম্পূৰ্ণৰূপে…
তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ইৰাণ আৰু ইউ এ ইলৈ কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ…
চাবাহাৰ বন্দৰ ভ্ৰমণৰ লগতে ইৰাণৰ মন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত অংশ গ্ৰহণ কৰিব সোণোৱালে। চাবাহাৰ হৈ…
যুদ্ধৰ বাবে চীনৰ প্ৰস্তুতি! বাহিনী বৃদ্ধিৰ বাবে সৈন্য নিয়োগ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৮ আগষ্ট : চীনৰ সেনাত অধিক সৈনিক নিযুক্তিৰ বাবে নিজৰ নিযুক্তিৰ বয়স বৃদ্ধি কৰাৰ বাবে…
আমেৰিকা-ৰাছিয়াৰ পাৰমাণৱিক যুদ্ধৰ আশংকা
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৭ আগষ্ট : পৃথিৱীৰ আকাশত ক্ৰমান্বয়ে ঘনীভূত হৈছে যুদ্ধৰ ডাৱৰ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা…
মালয়েছিয়াত বাংলাদেশৰ পৰা নিয়োগ কৰিব ৫ লাখ শ্ৰমিক
শতাব্দ বিশেষ প্ৰতিনিধি, ১৭ আগষ্টঃ নতুন বুজাবুজি চুক্তিৰ অধীনত মালয়েছিয়াই অহা তিনি বছৰৰ ভিতৰত বাংলাদেশৰ পৰা প্ৰায়…
৬খন মহাদেশলৈ ৭ মহীয়া ভ্ৰমণলৈ যোৱাৰ মাজতে ইউৰোপৰ মহা সমুদ্ৰত…
শতাব্দ বিশেষ প্ৰতিনিধি, ১৫ আগষ্টঃ ইউৰোপৰ সুদূৰ সমুদ্ৰৰ নীলা গভীৰ জলৰাশিৰ মাজত আজি ত্ৰিৰংগা উত্তোলন কৰে ভাৰতীয়ে নৌ…
ভাৰতৰ নিষেধাজ্ঞাক অৱমাননা : চীনৰ ‘চোৰাংচোৱা জাহাজ’ ডক কৰিবলৈ অনুমতি শ্ৰীলংকাৰ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৫ আগষ্ট : ভাৰতৰ আপত্তিক আওকাণ কৰি শ্ৰীলংকাই চীনৰ বিতৰ্কিত গৱেষণা জাহাজখন বন্দৰত লংগৰ…
খেল আৰম্ভ চীনৰ! কাশ্মীৰৰ উগ্ৰপন্থী সংগঠনক অস্ত্ৰ যোগান ধৰাৰ পৰা ম্যানমাৰ…
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : ভাৰতৰ সীমান্তক লৈ চীনে আৰম্ভ কৰিছে এক নতুন খেল। এইবাৰ লাডাখ…
নিউয়ৰ্কত ছলমান ৰুছদীক ছুৰীকাঘাতঃ গ্ৰেপ্তাৰ আক্ৰমণকাৰী
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ আগষ্ট : মঞ্চত কথা ক'বলৈ উঠিছিল তেওঁ। এনে সময়তে হঠাৎ ছুৰীৰে আক্ৰমণ। নিউয়ৰ্কত সংঘটিত…