ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
Browsing Category
আন্তঃৰাষ্ট্ৰীয়
শিশু মাঙ্কিপক্সত বেছি আক্রান্ত হ’ব পাৰেঃ সতর্ক কৰিলে ICMR-এ
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৯ মে' : মাঙ্কিপক্সক লৈ সতর্ক কেন্দ্রীয় চৰকাৰ। এই লৈ সতর্ক কৰিলে ইণ্ডিয়ান কাউন্সিল অব…
দুৱাৰ খুলি তালিবানে মাতিছে- ” আহা ভাৰত আমি বন্ধু হও “
শতাব্দ বিশেষ প্ৰতিনিধি, ২৮ মে' :ভাৰতৰ প্ৰতি শেহতীয়াকৈ মনোভাৱ সলনি হৈছে আফগানিস্তানৰ তালিবান প্ৰশাসনৰ। সংবাদ…
সম্ভাৱনীয়তাৰ বাৰ্তা লৈ গুৱাহাটীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক নদী সন্মিলন
গুৱাহাটীত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে 'এছিয়ান কনফ্লুৱেন্স নদী সন্মিলন। সন্মিলনৰ লক্ষ্য হৈছে…
বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ নিৰ্বাচিত তেজপুৰ কন্যা
শতাব্দ প্ৰতিনিধি তেজপুৰ , ২৭ মে': বিশ্ব শৰীৰ চৰ্চা প্ৰতিযোগিতালৈ এইবাৰ নিৰ্বাচিত হৈছে তেজপুৰৰ কন্যা। অহা ১৫ জুলাইত…
আই বি এৰ এথলীট সমিতিৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত লাভলীনা বৰগোহাঁই
শতাব্দ প্ৰতিনিধি, গুৱাহাটী,২৬ মে': টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা বক্সাৰ লাভলীনা…
ৰাছিয়াৰ পৰা তেল নিকিনিবাঃ ভাৰতক হেঁচা দিবলৈ আহিল আমেৰিকাৰ এলিজাবেথ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৬ মে' : ৰাছিয়াৰ পৰা আৰু অধিক খাৰুৱা তেল ক্ৰয় নকৰাৰ বাবে ভাৰতক সৈমান কৰাবলৈ আজি পুনৰ নতুন…
বিমানকো চেৰ পেলাব চীনা ৰেলেঃ ঘণ্টাত হ’ব ৬০০ কিলোমিটাৰ গতি
শতাব্দ ষ্টাফ ৰিপ'ৰ্টাৰ, ২৫ মে' : বিশ্বৰ সকলোতকৈ দ্রুতগামী ট্রেইন নিৰ্মাণত অগ্ৰসৰ হৈছে চীন। আগন্তুক দিনত এইখন হ'ব…
আমেৰিকাৰ বন্দুকপ্ৰীতিক লৈ উদ্বিগ্ন হোৱাইট হাউছঃ যুৱকৰ নিৰ্বিচাৰ গুলী চালনাত ২১ জন…
শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ মে' : আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন বিদ্যালয়ত পুনৰ সংঘটিত হৈছে গুলী চালনাৰ নিৰ্মম হিংসাত্মক…
ভাৰতৰ প্ৰথম স্বৰ্ণ মিশ্ৰিত চাহ “স্বৰ্ণ পনম” উদ্ভাৱন ৰঞ্জিত বৰুৱাৰ
শতাব্দ বিশেষ প্ৰতিনিধি, ২৪ মে' : চাহৰ দেশ অসম। চি টি চি, অৰ্থ'ডক্স আৰু তাৰ পাছত গ্ৰীন টী, ব্লেক টী, হোৱাইট টী আৰু…
কান মহোৎসৱত চৰ্চিত আইমী বৰুৱাৰ ‘চেমখৰ’
কান চলচ্চিত্র মহোৎসৱৰ ‘কাণ্ট্ৰী অব অনাৰ’ৰ ইণ্ডিয়ান পেভেলিয়নত ‘চেমখৰ’ সন্দৰ্ভত বক্তব্য আগবঢ়ালে আইমী বৰুৱাই।…