ইউক্ৰেইনৰ নাগৰিকক শৰীৰত বগা ফিটা পৰিধান কৰিবলৈ নতুবা গুলীৰ মুখামুখি হবলৈ নিৰ্দেশ ৰুছ সেনাৰ

0 48
  • ষ্টেট বেংক অৱ ইণ্ডিয়াই এটা টুইট যোগে গ্ৰাহক সকলক 8294710946 আৰু 7362951973 এই নম্বৰ দুটাৰ পৰা অহা ফোন গ্ৰহণ নকৰিবলৈ সাৱধান বাণী শুনাইছে। এই নম্বৰ দুটাৰ লগত বেংকৰ কোনো সম্পৰ্ক নাই।
  • ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ মাৰিয়াপুল দখল কাৰ্য সম্পন্ন হোৱা বুলি ঘোষণা কৰাৰ পাছত ৰাছিয়ান সেনাবাহিনীয়ে চহৰখনত থকা ইউক্ৰেইনৰ নাগৰিক সকলক শৰীৰত বগা ফিটা পৰিধান কৰিবলৈ নতুবা গুলীৰ মুখামুখি হোৱাৰ বাবে সাজু থাকিবলৈ নিৰ্দেশ দিছে।
  • আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনলৈ পুনৰ ৮০০ নিযুত ডলাৰৰ অতিৰিক্ত সামৰিক সাহায্য কথা ঘোষণা কৰিছে।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More