মুখ্য সেনাধ্যক্ষ পদত নিযুক্ত হ’ব লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে

0 51

ভাৰতীয় স্থলসেনাৰ পৰৱৰ্তী মুখ্য সেনাধ্যক্ষ পদত নিযুক্ত হ’ব লেফটেনেন্ট জেনেৰেল মনোজ পাণ্ডে। বৰ্তমান উপ মুখ্য সেনাধ্যক্ষ হিচাপে কৰ্মৰত মনোজ পাণ্ডে প্ৰথম অভিযন্তা যি দেশখনৰ স্থলসেনাৰ মূৰব্বী পদত নিযুক্ত হৈছে। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ স্নাতক পাণ্ডেই ১৯৮২ চনত ‘কৰ্পছ অৱ ইঞ্জিনীয়াৰিৰ্ছ’ত বিষয়া হিচাপে ভাৰতীয় সামৰিক বাহিনীত যোগদান কৰিছিল। অহা ১ মে’ তাৰিখে তেওঁ নতুন পদবীত যোগদান কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More