অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান

0 141

মাননীয় সম্পাদক মহোদয়,

অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰ অধিৱেশনৰ আদৰণী সমিতিলৈ এক আহ্বান জনাব বিছাৰিছো । অধিৱেশনস্থলীৰ সমূহ কাৰ্য্যসূচী Youtube, Facebook আদি বিভিন্ন মাধ্যমৰৰ যোগেদি পোনপটীয়াকৈ সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিলে দেশে- বিদেশে বসবাস কৰা অসমীয়াসকলেও কাৰ্যসূচীসমূহত অংশ গ্ৰহণ কৰিব পাৰিব । তাৰোপৰি , বিভিন্ন অনুষ্ঠানৰ সমল ব্যক্তিসকলৰ যোগদানৰ বাবে মিশ্ৰিত (অফলাইন আৰু অনলাইন) ব্যৱস্থা কৰিব লাগে যাতে বিশেষ অসুবিধাৰ বাবে অফলাইনত অংশ গ্ৰহণ কৰিব নোৱাৰা ব্যক্তিসকলে অনলাইনতো অংশ গ্ৰহণ কৰিব পাৰে ।

 

ড° বুলজিৎ বুঢ়াগোহাঁই,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More