সম্পাদকলৈ চিঠি

0 46

মাননীয় সম্পাদক মহোদয়,

অসমত টিভি চেনেলৰ সংখ্যা দিনক দিনে বাঢ়িব ধৰিছে । ই অসমীয়া ভাষা আৰু সংস্কৃতিৰ বাবে এটা ভাল খবৰ । কিন্তু টিভি চেনেলৰ অনুষ্ঠানবোৰ দর্শন কৰিবলৈ সকলোৰে সময় তথা সুবিধা নিমিলে । তাৰ ফলত দৰ্শকসকলে ভাল ভাল অনুষ্ঠানবোৰৰ দর্শন কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় । এই পত্রৰ দ্বাৰা আমি সংশ্লিষ্ট কর্তৃপক্ষ এটা অনুৰোধ জনাব বিচাৰিছোঁ যে টিভি চেনেলসমূহে যাতে তেওঁলোকৰ সামাজিক মাধ্যমৰ পৃষ্ঠাবোৰৰ যোগেদি অনুষ্ঠানসমূহৰ কাৰ্যসূচী প্রচাৰ কৰে । ইয়াৰ ফলত দৰ্শকসকল উপকৃতৰ হ’ব।

ড° বুলজিৎ বুঢ়াগোহাঁই,

অসম ডনব’স্ক’ বিশ্ববিদ্যালয়,

আজাৰা , গুৱাহাটী -৭৮১০১৭

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: [email protected]

www.buljit.com

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More