লখিমপুৰত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী কেশৱ মহন্তৰ

0 41

20230815 090135উত্তৰ লখিমপুৰত আয়োজিত ভাৰতৰ ৭৭সংখ্যক স্বাধীনতা দিৱসৰ লখিমপুৰ জিলাস্তৰীয় অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা-গৱেষণা, বিজ্ঞান প্ৰযুক্তি তথা জলবায়ু পৰিবৰ্তন আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই।IMG 20230815 WA0047

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More