ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 1246 লেখা 3 মন্তব্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৯ ছেপ্টেম্বৰঃ তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী মহিলা আৰু আৰু কাৰাৰুদ্ধ মহিলা সকলৰ লগত থকা শিশু সকলৰ কল্যানৰ বাবে আগবাঢ়ি আহিছে ভাৰত চৰকাৰৰ নীতি আয়োগৰ স্বীকৃতিপ্ৰাপ্ত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ ফেডাৰেছনৰ…
অৰুণাচল প্ৰদেশৰ বনকৰ্মীক অস্ত্ৰ সম্পৰ্কীয় মৌলিক প্ৰশিক্ষণ প্ৰদান
উত্তৰ লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৰুণাচল প্ৰদেশত অৱস্থিত কিমিনৰ আই টি বি পি বাহিনীৰ নিউ ৰিজাৰ্ভ ট্ৰেইনিং চেণ্টাৰত বন বিভাগৰ কৰ্মীসকলৰ বাবে দুদিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হয়। অৰুণাচল প্ৰদেশৰ বন বিভাগে বনকৰ্মীসকলক মৌলিক অস্ত্ৰ সম্পৰ্কীয়…
লখিমপুৰত আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইনৰ আত্মসমৰ্পণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৯ ছেপ্টেম্বৰঃ অৱশেষত ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম হুছেইন ওৰফে বোলায়ত হুছেইনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়৷ যোৱা নিশা বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ কৰে আৰক্ষীক আক্ৰমণকাৰী ড্ৰাগছ সৰবৰাহকাৰী ছাদ্দাম…
যিকোনো প্ৰচেষ্টাৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিয়ক,–ৰীমা দাস
উত্তৰ লখিমপুৰঃ ৯ ছেপ্টেম্বৰঃ অস্কাৰৰ মনোনীত চলচ্চিত্ৰ পৰিচালক ৰীমা দাসে আজি ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ কয়। আজি উত্তৰ লখিমপুৰৰ লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বক্তৃতা শৃংখলাত…
তেজপুৰত “টীম এক্সেপ্ৰেশ্যনৰ” “বৰ্ণম – ১”শীৰ্ষক সদৌ অসম ভিত্তিক দলীয়…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ৯ ছেপ্তেম্বৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১৯ গৰাকীকৈ চিত্ৰ - ভাস্কৰ্য্য শিল্পীৰ আকৰ্ষণীয় চিত্ৰৰে কালিৰে পৰা ১০ ছেপ্তেম্বৰলৈকে তিনিদিনীয়াকৈ তেজপুৰৰ ঐতিহ্যমণ্ডিত অসমীয়া ক্লাবৰ আৰ্ট গেলেৰীত অনুষ্ঠিত হৈছে "টীম…
তেজপুৰৰ ভাৰতীয় খাদ্য নিগমৰ কাৰ্যালয়ত উৎকোচ লোৱাৰ অভিযোগত গাণনিক গ্ৰেপ্তাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৯ ছেপ্টেম্বৰঃ ভাৰতীয় খাদ্য নিগমৰ তেজপুৰস্হিত কাৰ্যালয়ত কৰ্মৰত গাণনিক আব্দুল লতিফক যোৱা নিশা কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্হা চিবিআইৰ দুৰ্নীতি নিবাৰক কোষে গ্ৰেপ্তাৰ কৰে৷ উল্লেখযোগ্য যে গাণনিক লতিফৰ বিৰুদ্ধে উৎকোচ…
চৰাইদেউৰ মৈদামঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ প্ৰস্তুতিৰ অগ্ৰগতি পৰ্যালোচনা
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ৯ ছেপ্টেম্বৰঃ চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামৰ বাবে ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আহৰণৰ বাবে চলোৱা প্ৰস্তুতি পৰ্বৰ তদাৰক কৰিবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া মন্ত্ৰীস্তৰীয় গোটে আজি মৈদাম প্ৰকল্পস্থলী…
১৩ ছেপ্টেম্বৰৰ পৰা তেজপুৰ চেলেঞ্জ ফুটবল প্ৰতিযোগিতা
শতাব্দ প্ৰতিনিধি,তেজপুৰ,৮ চেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অহা ১৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতা৷ আজি এই বিষয়ে প্ৰকাশ কৰিছে জিলা ক্ৰীড়া…
তিনিচুকীয়াত শিক্ষা বিভাগ আৰু প্ৰেছ ক্লাবৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক সজাগ কৰাৰ প্ৰচেষ্টা
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৮ ছেপ্তেম্বৰঃ মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলনে সমাজ জীৱনলৈ চৰম ভাবুকি কঢ়য়িাই অনাৰ পৰিপ্ৰেক্ষিতত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰি তোলাৰ উদ্দেশ্যেৰে তিনিচুকীয়া জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু…
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত নেত্ৰদান সপ্তাহ
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ৮ ছেপ্টেম্বৰঃ অন্য বহু ৰাষ্ট্ৰৰ দৰে ভাৰতবৰ্ষতো অন্ধতাত ভুগি থকা অলেখ মানুহ আছে৷ তাৰ ভিতৰত বহুতো লোকে এক বিশেষ শ্ৰেণীৰ অন্ধতাত ভুগি আছে, যাক কোৱা হয় কৰ্ণিয়াজাত অন্ধতা৷ আমাৰ চকুৰ বগা অংশটোৰ মাজত এটা স্বচ্ছ…