ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 1246 লেখা 3 মন্তব্য
শতাব্দ ষ্টাফ ৰিপ'টাৰ ১৭ছেপ্টেম্বৰ: ভাদ মাহৰ একাদশীত উদযাপন কৰা হয় অসম চাহ জনগোষ্ঠীসকলৰ কৰম উৎসৱ।এই উৎসৱে জনজাতীয় লোকসকলৰ পৰম্পৰাত এক বিশেষ গুৰুত্ব বহন কৰে । আজিৰ দিনটোতেই চাহ জনজাতীয় পুৰুষ আৰু মহিলাসকলে একেলগে কৰম দেৱতাৰ উপাসনা কৰে ।…
নৱ-প্ৰভাত আৰু এন পি আই এফ টিৰ উদ্যোগত ৰাজ্যিক বঁটা প্ৰদান আৰু সাংস্কৃতিক সমাৰোহৰ আয়োজন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ ৰাজ্যত অনুসূচিত জাতিৰ সৰ্ব্বোচ্চ সন্মান হিচাপে বিগত আঠ টা বছৰে জাতিটোৰ একো একোগৰাকী মহান ব্যক্তি তথা মহিয়সী নাৰীক প্ৰদান কৰি অহা হৈছে। অসম অনুসূচিত জাতি প্ৰাণ বঁটা তথা প্ৰশাসনিক, সাংস্কৃতিক,…
তেজপুৰ চেলেঞ্জ কাপঃ দৰ্শনীয় প্ৰদৰ্শনৰে অসম ৰাইফলছ ছেমিত
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৭ছেপ্টেম্বৰঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত অনুষ্ঠিত হোৱা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম ৰাইফলছে৷ আজি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল…
তেজপুৰ চেলেঞ্জ কাপ ফুটবল
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ছেপ্টেম্বৰঃ ফুটবল খেলত ৰাজ্যৰ খেলুৱৈৰ প্ৰবল পৰাক্ৰম দেখুৱাই আজি ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত কাৰ্বি আংলঙৰ মৰ্ণি ষ্টাৰ এফ চিয়ে কলকাতাৰ দুৰ্গাপুৰ এফ চিক…
তেজপুৰত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী
শতাব্দ প্ৰতিনিধি, তেজপুৰ, ১৬ ছেপ্তেম্বৰঃ ১৯৭৪ চনৰ ২ নবেম্বৰত পদ্মশ্ৰী শীলা বৰঠাকুৰৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মহিলাৰ সৰ্ববৃহৎ অনুষ্ঠান সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ “সোণালী জয়ন্তী“ উদযাপন, কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে আগন্তুক ২০২৪ বৰ্ষৰ…
নৰ্থ লখিমপুৰ কলেজত ‘ভাষাবিজ্ঞানঃ তত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ চেপ্তেম্বৰঃ নৰ্থ লখিমপুৰ কলেজ ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি ‘ভাষাবিজ্ঞানঃতত্ত্ব আৰু প্ৰয়োগ’ শীৰ্ষক এক বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়৷ বিভাগৰ মুৰব্বী ড০ অৰবিন্দ ৰাজখুৱাই সঞ্চালনা কৰা অনুষ্ঠানটিৰ উদ্দেশ্য সম্পৰ্কে…
মাৰ্ঘেৰিটাৰ বিননিঃ এফালে পাটকাইৰ বুকু বিদীৰ্ণ কৰি চলিছে কয়লাৰ লুণ্ঠন আনফালে গছপুলি ৰোপণৰ বিশ্ব…
শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ ছেপ্তেম্বৰঃ এফালে কয়লা চোৰৰ উপদ্ৰৱত পাটকাইৰ ৰোদন আৰু আনফালে চলিছে চৰকাৰী পৃষ্ঠপোষকতাত গছপুলি ৰোপণৰ বিশ্ব অভিলেখ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত চলি থকা কয়লাৰ চোৰাং বেহাই সঘনাই দখল কৰি আহিছে সংবাদ…
শোণিতপুৰত জলসিঞ্চন ব্যৱস্থাৰ স্বৰূপ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ কৃষিৰ বাবে উপযুক্ত ব্যৱস্থাৰ অভাবে ৰাজ্যৰ বহু কৃষককে হতাশাগ্ৰস্ত কৰাৰ উদাহৰণ ৰাজ্যত দেধাৰ আছে৷থলুৱা লোকে কৃষি কাৰ্য নকৰে বুলি অতি সহজেই একাংশই প্ৰকাশ কৰি অহাৰ বিপৰীতে বছৰি ধান খেতি কৰা বহুসংখ্যক…
তেজপুৰ চেলেঞ্জ কাপঃ ছিৰাং দুৱাৰৰ জয়লাভ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টেম্বৰঃ তেজপুৰৰ পলফিল্ডত অনুষ্ঠিত হৈ থকা ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজিৰ এখন গুৰুত্বপূৰ্ণ মেছত ছিৰাং দুৱাৰ কোকৰাঝাৰ ফুটবল দলে নিউ মডেল স্প’ৰ্টছ ক্লাৱ, ওদালগুৰিক ২-০গলৰ…
ড° ৰুবুল মাউতৰ “মোৰো এটা সপোন আছে” শীৰ্ষক গ্ৰন্থলৈ “অকণিৰ সাহিত্য সভা”ৰ ২০২৩…
শতাব্দ ষ্টাফ ৰিপ'টাৰ তেজপুৰ, ১৫ ছেপ্টম্বৰঃ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবেই নহয় সকলো শ্ৰেণী পাঠকৰ বাবে প্ৰেৰণাদায়ক আৰু উপযোগী ড০ ৰুবুল মাউতৰ "মোৰো এটা সপোন আছে" শীৰ্ষক গ্ৰন্থলৈ" অকণিৰ সাহিত্য সভা"ৰ ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ শিশু গ্ৰন্থ বঁটা প্ৰদানৰ…