চিনিয়ৰ মহিলা ফুটবল লীগঃঅসম ৰাইফলছ একাদশৰ খিতাপ

0 16

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৬আগষ্টঃ তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা চিনিয়ৰ মহিলা ফুটবল লীগৰ খিতাপ অৰ্জন কৰিছে অসম ৰাইফলছ দলে৷ ৰঙাপৰা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা লীগখনৰ আজিৰ অন্তিমখন খেলত অসম ৰাইফলছ একাদশে ৰঙাপৰা মহাবিদ্যালয় একাদশক ৩-০গ’লৰ স্পষ্ট ব্যৱধানত পৰাস্ত কৰে৷ বিজয়ী দলৰ হৈ ৰঞ্জীবালা দেৱীয়ে দুটা আৰু হেমলতা দেৱীয়ে এটা গ’ল স্কৰ কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More