ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 1246 লেখা 3 মন্তব্য
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৫ছেপ্টেম্বৰঃ “অমৃত কালত মাত্ৰ অৰুণাচল প্ৰদেশতেই নহয়,সমগ্ৰ দেশতে কাম চলি আছে।যোৱা ১০ বছৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমোলত দেশৰ উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ যি পেকেজ ৰূপায়ণ হৈছে সেয়া অভূতপুৰ্ব৷” এই ভাষ্য…
ব্যাপক বন ধ্বংস হোৱা শোণিতপুৰত অমৃতবৃক্ষ আন্দোলনৰ কুচকাৱাজ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ১৫ছেপ্টম্বৰঃ অহা ১৭ছেপ্টেম্বৰত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিবলৈ ওলোৱা অমৃত বৃক্ষ আন্দোলনৰ বাবে ইতিমধ্যেই সাজু হৈছে শোণিতপুৰ প্ৰশাসনো৷এই অভিলাষী প্ৰকল্পৰ বাবে শোণিতপুৰৰ বন বিভাগৰ লগতে গাঁওপঞ্চায়তকে ধৰি মহিলা…
তিনিচুকীয়া প্ৰেছ ক্লাবলৈ সহায়ৰ হাত
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৫ ছেপ্তেম্বৰ : সুদীৰ্ঘ ৩৫ বছৰীয়া পৰিক্ৰমাৰ অন্তত আজিৰ পৰ্যায়ত আহি উপনীত হোৱা তিনিচুকীয়াৰ সাংবাদিকসকলৰ এক মৰ্য্যদাপূৰ্ণ অনুষ্ঠান হৈছে তিনিচুকীয়া প্ৰেছ ক্লাব (তিনিচুকীয়া সাংবাদিক চ’ৰা) ৷ অইল ইণ্ডিয়া…
তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ কন্যা মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা জীনা ৰাজকুমাৰীৰ গীত – কথা…
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ :অসমৰ লোকগীত - লোকসংগীতক নিজস্ব শৈলীৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰা ভাৰত চৰকাৰৰ বৈদেশিক সমন্বয় পৰিষদৰ অনুমোদিত শিল্পী তথা প্ৰচাৰ ভাৰতীৰ বি গ্ৰেডৰ শিল্পী জীনা ৰাজকুমাৰীৰ গীত - কথা আৰু নাচেৰে…
অমৃত বৃক্ষ আন্দোলনলৈ সহযোগিতা : তিনিচুকীয়াত ভাষাৰ ওজাৰ সোঁৱৰণত গছপুলি বিতৰণ পৰিৱেশ সুৰক্ষা সমিতিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : ৰাজ্যখনত বৃক্ষ অৰ্থনীতি সমৃদ্ধিশালী কৰাৰ লগতে সেউজ আৱৰণ বৃদ্ধিৰ লক্ষ্যৰে অসম চৰকাৰে ’অমৃত বৃক্ষ আন্দোলন’ কাৰ্যসূচীৰ জৰিয়তে ১৭ ছেপ্টেম্বৰত সমগ্ৰ ৰাজ্যত এক কোটি বাণিজ্যিক চাহিদাসম্পন্ন গছপুলি…
তেজপুৰৰ চেলেঞ্জ কাপ ফুটবল
শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত স্হানীয় পলফিল্ডত কালিৰে পৰা আৰম্ভ হোৱা বহু প্ৰত্যাশিত "ৰাজেন বৰঠাকুৰ সোঁৱৰণি তেজপুৰ চেলেঞ্জ কাপ ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয় প্ৰি কোৱাৰ্টাৰ ফাইনেল খেলখনত অবৰ্তীণ হয়…
অৰুণাচলত আছাম ৰাইফলছৰ সৈতে সংঘৰ্ষত নিহত এন এছ চি এন কেডাৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ১৪ ছেপ্তেম্বৰ : অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত আজি পুৱা নিৰাপত্তা বাহিনীৰ সৈতে সংঘটিত এক সংঘৰ্ষত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ এজন কেডাৰ নিহত হোৱাৰ বাতৰি পোৱা গৈছে ৷ জানিব পৰা মতে চাংলাং জিলাৰ মিয়াও থানাৰ…
জীৱনৰ ৰামধেনুবোৰ…
বিমল বৰগোহাঁই
আমি যেতিয়া আকাশত ৰামধেনু বা ইন্দ্ৰধেনু প্ৰত্যক্ষ কৰোঁ, তেতিয়া আমাৰ মনটো এক নুবুজা আনন্দত অভিভূত হৈ পৰে। সৰু হৈ থাকোতে আমি ৰামধেনু চাবলৈ আনন্দত আলোড়িত হৈ পৰিছিলোঁ। ৰামধেনু সৃষ্টি হোৱাটো এটা বৈজ্ঞানিক প্ৰক্ৰিয়া।…
লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক স্বাস্থ্য প্ৰতিষ্ঠানত “হিন্দী পষেক” উদযাপন
শতাব্দ, তেজপুৰ, ১৪ ছেপ্তেম্বৰ : উত্তৰ পূৰ্বাঞ্চলৰ মানসিক স্বাস্থ্য ক্ষেত্ৰৰ অগ্ৰণী প্ৰতিষ্ঠান তেজপুৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ‘হিন্দী পষেক’। ৷ আজি অৰ্থাৎ ১৪…
বানৰ পিছত তেজপুৰৰ কৃষকৰ ওপৰত খৰাঙৰ মাধমাৰ
শতাব্দ, ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১৪ছেপ্টম্বৰঃ এফালে চৰকাৰৰ পথাৰত নিজৰ উৎপাদনৰে ৰাজ্যৰ বজাৰ দখলৰ উদাত্ত আহ্বান আৰু আনহাতে শিক্ষিত তথা আগ্ৰহী কৃষকৰ বাৰম্বাৰ আহ্বান সত্বেও প্ৰয়োজনীয় বহু কৃষিপথাৰত নাই জলসিঞ্চন ব্যৱস্থা৷ সম্প্ৰতি শোণিতপুৰৰ…