ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 1246 লেখা 3 মন্তব্য
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৯ ছেপ্টেম্বৰ :তেজপুৰৰ সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ অগ্ৰণী ব্যক্তিত্ব, ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিষ্ঠাবান শিল্পী, শিল্পী পেন্সনাৰ দা ধৰা বামুণ চুবুৰি নিবাসী গোপাল চন্দ্ৰ শৰ্মাৰ প্ৰথম বাৰ্ষিক পুণ্য…
বিহপুৰীয়াত বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সহ ১৮ জনৰ কংগ্ৰেছত যোগদান
বিজেপিত এতিয়া দলৰ নিষ্ঠাবান নেতা-কৰ্মী চূড়ান্ত উপেক্ষিতঃ বিজেপিৰ প্ৰাক্তন সভাপতি
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৯ ছেপ্টেম্বৰঃ বিজেপিত এতিয়া অন্তঃকন্দলৰ সৃষ্টি হৈছে৷ দলটোত পুৰণা অধিকাংশ কৰ্মীয়েই দলটোৰ প্ৰতি বিতুষ্ট হৈ পৰিছে৷ এই কথা…
অসমীয়া ভাষাটো পৰি মৰা ভাষা নহয়
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৯ছেপ্টেম্বৰঃ “সাংবাদিকতা এতিয়া সেৱা নহয়,ছপা মাধ্যমেই হওঁক বা বৈদ্যুতিন মাধ্যমেই হওঁক বৰ্তমান বিভিন্ন সমালোচনাৰ সন্মুখীন হ’লেও এটা কথা কিন্তু ঠিক যে ৰাজ্যৰ এই সংবাদমাধ্যম সমূহে অসমীয়া ভাষাটোৰ চৰ্চা অব্যাহত…
তাই আহোমক জনজাতিকৰণৰ দাবীঃ লখিমপুৰত প্ৰতিবাদ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ তাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত আজি লখিমপুৰত তাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ বিশেষকৈ তাই আহোম জনগোষ্ঠীক দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ নামত কেন্দ্ৰ…
লখিমপুৰৰ পথালিপামত ৰঙা খয়েৰৰ ২০ টা চোৰাং কুণ্ডা উদ্ধাৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ পথালি পাম খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে আজি পথালিপামৰ ধৰ্মপুৰত অভিযান চলাই ২০ টা চোৰাং খয়েৰ গছৰ কুণ্ডা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ইফালে এই ঘটনাৰ লগত জড়িত থকাৰ…
দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ দৃষ্টান্তমূলক পদক্ষেপ
শতাব্দ ষ্টাফৰিপ'টাৰ, তেজপুৰ, ২৮ ছেপ্টেম্বৰ : নিজৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়ৱদ্ধতা প্ৰকাশ কৰি দৰংমহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী সকলে মহাবিদ্যালয়খনৰ এলুমনাই সন্হাৰ উদ্যোগত নিৰ্মাণ কৰি উলিওৱা "এলুমনাই গেলাৰী" অৰ্থাৎ শ্ৰেণী কোঠা অহা ৩০…
বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবী
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,২৭ছেপ্টেম্বৰঃ বিহু সংস্কৃতি ৰক্ষাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰ দাবীৰে একাংশ জ্যেষ্ঠ বিহুৱা আৰু বিহুৱতীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ আজি এক বিবৃতিত এই বিষয়ে প্ৰকাশ কৰি কোৱা হয় যে,অসম আৰু…
উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলত শংকৰ জন্মোৎসৱ পালন
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ উত্তৰ লখিমপুৰ নগৰৰ পশ্চিমাঞ্চলৰ ৬টা নামঘৰৰ ভকত বৈষ্ণৱসকল একত্ৰিত হৈ এইবাৰ শ্ৰীশ্ৰী শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ পালন কৰে৷ শংকৰ জন্মোৎসৱ লগত সংগতি ৰাখি ধৰ্মালোচনী সভা, সম্বৰ্ধনা সভা আদিও…
তিনিচুকীয়াত পৰ্যটন বিভাগ, প্ৰেছ ক্লাব, বেব্লাৰ্ছ ইনৰ উদ্যোগত পৰ্যটন দিৱস পালন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলা পৰ্যটন বিভাগৰ উদ্যোগত তথা তিনিচুকীয়া প্ৰেছ ক্লাব আৰু বেব্লাৰ্ছ ইন (বটিক হোমষ্টে) নামৰ প্ৰতিষ্ঠানৰ সহযোগত আজি বিশেষ কাৰ্যসূচীৰে তিনিচুকীয়াত বিশ্ব পৰ্যটন দিৱস পালন কৰা হয়।…
তেলীৰ মূৰত তেলঃ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ ওপৰতে ১০ কোটি টকীয়া ব্লেকট্ৰপিঙৰ পথ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৭ ছেপ্টেম্বৰঃ যি সময়ত লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত জৰাজীৰ্ণ পথে ৰাইজক জীয়াতু ভোগাইছে তেনে সময়তে উত্তৰ লখিমপুৰ নগৰৰ চাবতিত লখিমপুৰৰ লোকনিৰ্মাণ বিভাগে ১০ কোটি টকাৰ ব্যয় সাপেক্ষে পূৰ্বৰ মসৃণ প্ৰেভাৰ ব্লকৰ পথৰ…