ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.
লেখক
শতাব্দ 1246 লেখা 3 মন্তব্য
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ২৭ ছেপ্তেম্বৰ : তিনিচুকীয়া জিলাৰ ২২১খন অসমীয়া মাধ্যমৰ বিদ্যলয় বন্ধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি সদৌ তিনিচুকীয়া জিলা ছাত্র সন্থাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷…
কেৰিয়াৰ হিচাপে ভ্ৰমণ আৰু পৰ্যটন
ড° বুলজিৎ বুঢ়াগোহাঁই
ভ্ৰমণ আৰু পৰ্যটন (Travel and Tourism) বিশ্বৰ অন্যতম বৃহৎ আৰু দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্যোগ। এই উদ্যোগটোৰ বৃদ্ধিৰ বাবে ভাৰতত বিশেষ সুযোগ আছে। ভাৰতৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক সম্পদৰ বৈচিত্ৰ্যই বিভিন্ন পৰ্যটন সামগ্ৰী আৰু…
ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ লখিমপুৰ ভ্ৰমণ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৬ ছেপ্তেম্বৰ: ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই দুদিনীয়া ভ্ৰমণ সূচীৰে আজি লক্ষীমপুৰ জিলাত উপস্থিত হয়। ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয়…
ধলপুৰত ৰাষ্ট্ৰীয় ঘাইপথত তিনিবাহনৰ সংঘৰ্ষ: আহত ৫
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৫ ছেপ্টেম্বৰঃ- লখিমপুৰ জিলাৰ ধলপুৰত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত ৫ জন লোক গুৰুতৰ ভাবে আহত হয় ৷ আজি সন্ধিয়া প্ৰায় ৬:৪৫ ত এই ঘটনা সংঘটিত হয় । ঘটনাৰ বিবৰণি অনুসৰি গুৱাহাটীৰ পৰা…
তেজপুৰৰ অগপ নেতা, প্ৰাক্তন ট্ৰেড ইউনিয়নিষ্ট, সমাজকৰ্মী, অভিনেতা প্ৰবীণ পাটোৱাৰীৰ পৰলোকপ্ৰাপ্তি
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ এগৰাকী সৰবৰহী এসময়ৰ ট্ৰেড ইউনিয়নিষ্ট, জাতীয়তাবাদী, নিষ্ঠাবান সমাজকৰ্মী, দুটাকৈ কাৰ্যকালৰ তেজপুৰ পৌৰসভাৰ পৌৰ সদস্য তথা অভিনেতা প্ৰবীণ পাটোৱাৰীৰ আজি পুৱা প্ৰায় ৮ বজাত তেজপুৰৰ চানমাৰীৰ…
আহত বনৰীয়া হাতীৰ মৃত্যু শোণিতপুৰতঃপাৰস্পৰিক যুঁজত এমাহতে দুটাকৈ হাতীৰ মৃত্যু
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ২৫ছেপ্টেম্বৰঃ শোণিতপুৰ জিলাৰ ফুলবাৰী চাহবাগিচাৰ ২৩নম্বৰ লাইনত যোৱা ১৯ছেপ্টেম্বৰত গুৰুতৰ ভাবে আহত হোৱা দঁতাল বনৰীয়া হাতীটোৰ যোৱা নিশা মৃত্যু ঘটিছে৷উল্লেখযোগ্য যে,দ্ৰুতগতিত প্ৰাকৃতিক আৱাস ধ্বংস হোৱাৰ ফলত খাদ্যৰ…
তেজপুৰত শিক্ষামন্ত্ৰীৰ পুত্তলিকা দাহ জিলা আছুৰ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ২৫ ছেপ্টেম্বৰ: তেজপুৰত আজি দুপৰীয়া শোণিতপুৰ জিলা ছাত্র সন্থাই তেজপুৰ সদৰ আৰক্ষী থানাৰ সন্মুখত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰে। তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু জিলা ছাত্ৰ সন্থাই ৰাজ্য…
অৰিন্দম নাট্য বিদ্যালয়ৰ শিক্ষাৰ্থীৰ দৃষ্টিনন্দন নৃত্য – গীত, কবিতা আবৃত্তি, একক অভিনয়েৰে…
শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ২৫ ছেপ্তেম্বৰ : তেজপুৰৰ অৰিন্দম নাট্য বিদ্যালয়ৰ উদ্যোগত বিগত সময়ত অনুষ্ঠিত হৈ যোৱা "সঁফুৰা বৃত্তি পৰীক্ষা" ৰ মানপত্ৰ আৰু মাননি প্ৰদানৰ তেজপুৰ সাহিত্য সভা ভৱনত কালি বিয়লিৰ পৰা অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত…
মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপনৰ ৯ মাহেও আৰম্ভ নহ’ল সোৱণশিৰিৰ ঘূনাসুঁতি দলঙৰ নিৰ্মাণ
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ ছেপ্টেম্বৰঃ ২০২২ চনৰ ১৬ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূনাসুঁতিলৈ আহি এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি বহু প্ৰতিক্ষিত ঘূনাসুঁতি দলংখনৰ নিৰ্মাণ কাৰ্য ডেৰ মাহৰ ভিতৰত আৰম্ভ হ’ব বুলি ঘোষণা…
সঙ্গীত সত্ৰৰ পৰীক্ষাত বিদেশী-প্ৰবাসী-অনা অসমীয়া নৃত্য পটীয়সীৰ ভিৰ
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৫ ছেপ্টেম্বৰঃ সত্ৰীয়া সঙ্গীতৰ বাবে ২৪ ছেপ্তেম্বৰ দিনটো অনাগত দিনৰ বাবে পৰিগণিত হ'ল এক বিশেষ দিনৰূপে।সঙ্গীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত দিল্লীৰ সত্ৰীয়া নৃত্যশালাত অৱতীৰ্ণ ৩২ গৰাকী সত্ৰীয়া নৃত্য আৰু খোলৰ…