ডেৰ দশকৰ পিছত চাৰিকড়ীয়াৰ বুকুত ভুটংকৈ ওলাল শিহু

শতাব্দ ঢকুৱাখনা, ১৪ অক্টোবৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নদ-নদীৰ বুকুৰ পৰা থলুৱা মাছ-কাছ, শিহু আদি ক্ৰমশঃ হ্ৰাস পোৱাৰ সময়তে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক আশাব্যঞ্জক খবৰ আহিছে ঢকুৱাখনাৰ পৰা। ঢকুৱাখনাৰ হৃৎপিণ্ড স্বৰূপ চাৰিকড়ীয়া নদীৰ বুকুত…

অকলশৰীয়া অৱস্থাত বাসগৃহতে কৰুণ মৃত্যু ৰাষ্ট্ৰীয় কৃতি শিক্ষক- বিশিষ্ট লেখিকা শশী প্ৰভা দেৱী

ওৰেটো জীৱন আত্মেৎসৰ্গিত সত্বাৰে কৰিছিল সমাজ সেৱা শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ:১৩ অক্টোবৰ : আত্মোৎসৰ্গিত এক সত্বাৰে ওৰেটো জীৱন নতুন প্ৰজন্মক মূল্যবোধ সম্পন্ন নাগৰিক গঢ়ি তোলাৰ আন্দোলনত নামি পৰা ২০০২ বৰ্ষৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আৰু ২০১০…

ইজৰাইল-পেলেষ্টাইন যুদ্ধঃ এক ৰাজনৈতিক-ঐতিহাসিক বিশ্লেষণ

ড° চুচেংফা গগৈ পাতনিঃ যোৱা শনিবাৰৰ পৰা ইজৰাইল আৰু পেলেষ্টাইনৰ সংঘাতে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম, আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু লগতে সমগ্ৰ বিশ্বৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিছে। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত দীৰ্ঘদিনীয়া অচলাৱস্থা বিশ্বৰ আধুনিক…

তিনিচুকীয়াত আৰোহন আচঁনিৰ অন্তৰ্গত নিৰ্বাচিত মেণ্টীসকলৰ সৈতে প্ৰশাসনৰ অভিৰোচন অনুষ্ঠান

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত আজি আৰোহন আচঁনিৰ অন্তৰ্গত ২০২৩-২৪ বৰ্ষৰ নিৰ্বাচিত ’মেণ্টী' সকলৰ সৈতে এক অভিৰোচন অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ তিনিচুকীয়াৰ বাইপাছস্থিত…

বিহপুৰীয়াত সোৱণশিৰি-ৰঙানদীৰ ভয়ংকৰ খহনীয়াত জাহ গ’ল পকনীয়া মথাউৰি

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ৫ অক্টোবৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ পকনীয়া, পমুৱা খাবলিত এতিয়া ৰঙানদী আৰু সোৱণশিৰিয়ে ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷ ইতিমধ্যে সোৱণশিৰিৰ উভটি পানীয়ে ৰঙানদীত মিলিত হৈ পকনীয়া মথাউৰিটো খহনীয়াত নিঃশেষ কৰি পেলালে৷…

তেজপুৰত বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৫অক্টোবৰঃ ৰাজ্যত পুনৰ বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত আজি তেজপুৰতো শোণিতপুৰ জিলা কংগ্ৰেছে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷উন্নয়নৰ নামত ফুটা কলহ পূৰ নোহোৱা ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্টুন চৰিত্ৰৰ লগতে…

কৃত্ৰিম বানত জুৰুলা তিনিচুকীয়া : ক’ত গ’ল আন্তঃগাঁথনি উন্নয়নৰ বাবে আবণ্টিত ২০০ কোটি

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, তিনিচুকীয়া, ৫ অক্টোবৰ : এজাক বৰষুণতে একাঁঠু পানীত ডুব যোৱা তিনিচুকীয়া চহৰৰ কৃত্ৰিম বানপানী সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবীত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাই আজি আয়ুক্তক এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ৷ আঞ্চলিক…

দৰংমহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ’ৰাৰ উদ্যোগত বিশেষ বক্তৃতা সম্পন্ন

শতাব্দ ষ্টাফ ৰিপ'টাৰ, তেজপুৰ, ৫ অক্টোবৰ : উত্তৰ পাৰৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সাহিত্য চ'ৰাৰ উদ্যোগত কালি এক গাম্ভীৰ্যপূৰ্ণ বক্তৃতানুষ্ঠান সম্পন্ন হয় । বিভাগটোৰ ছাত্রী স্বাগতা কৌশিকে আঁত ধৰা অনুষ্ঠানটিত…

কংগ্ৰেছ চৰকাৰ হলে পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হবঃ তেজপুৰত ভূপেন বৰা

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,১অক্টোবৰঃ “প্ৰতি ইউনিতত ১.২৯টকাকৈ বিদ্যুৎ মাছুল বৃদ্ধিৰ যি নিৰ্দেশনা বিজেপি নেতৃত্বাধীন চৰকাৰে জাৰি কৰিছে সেই নিৰ্দেশনা অহা তিনি অক্টোবৰত কংগ্ৰেছ দলে ৰাজ্যজুৰি দাহ কৰি ইয়াৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিব৷পৰৱৰ্তী…

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More